• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

7 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

9 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

9 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

10 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

৫০০টকীয়া ভাড়াঘৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা! কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ

editor by editor
April 8, 2024
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এতিয়া তেওঁ বলীউডৰ খিলাড়ী। কোটি টকাৰ নায়ক তেওঁ। অক্ষয়ৰ কেৰিয়াৰৰ আৰম্ভণি আছিল কষ্টেৰে ভৰা। কেতিয়াবা যদি কলকাতাৰ ৰাস্তাত চাউমিন বনাইছিল কেতিয়াবা আকৌ মুম্বাইৰ সৰু-সুৰা কাৰ্যালয়ত চাকৰিও কৰিছিল। কষ্টৰ দিনতো অক্ষয়ৰ লক্ষ্য অটল বলীউডত এদিন কাম কৰিবই।

সেই সংগ্ৰামৰ দিনবোৰক আজিও মনৰ পৰা মচি দিব পৰা নাই অক্ষয়ে। সেই সময়ৰ কথা ভাৱিলে আজিও অক্ষয়ৰ চকুৰ সন্মুখত ভাঁহি উঠে মুম্বাইৰ এখন জৰাজীৰ্ণ ঘৰৰ কথা। যৰ পৰা আৰম্ভ হৈছিল অক্ষয়ৰ বলীউড যাত্ৰা। সেই বিশেষ ঘৰটোত ৫০০ টকা ভাড়াত থাকিয়েই অক্ষয়ে বলীউডত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

সম্প্ৰতি এক সাক্ষাৎকাৰত অক্ষয়ে কয়, ‘মই শেহতীয়াকৈ সেই বিশেষ ঘৰটোলৈ গৈছিলো। সেই ঘৰটোলৈ গৈ জানিব পাৰো যে সেই বিশেষ ঘৰটো ভাঙি ফ্লেট তৈয়াৰৰ পৰিকল্পনা চলিছে। তেতিয়াই লগে লগে মই প্ৰমটাৰৰ সৈতে যোগাযোগ কৰো। প্ৰমটাৰক ক’লো, ঘৰটো মই ক্ৰয় কৰিম। দাম যিমান লাগে সিমান দিম। সাধাৰণ ঘৰ হ’লেই সেই ঘৰটোৱেই মোৰ সপোন দেখাৰ প্ৰথম স্থান আছিল। সেই ঘৰৰ কোঠাতেই সোমাই আছে মোৰ সংগ্ৰামৰ ঘামে ধোৱা কাহিনী।’

ঈদত মুক্তি পাব অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ অভিনীত বড়ে মিঞা আৰু ছোটে মিঞা নামৰ ছবিখনে। এই ছবিৰ প্ৰচাৰত এতিয়া খুবেই ব্য়স্ত অক্ষয় কুমাৰ। এই প্ৰচাৰ অভিযানৰ মাজতেই অক্ষয়ে নিজৰ সংগ্ৰামৰ ইতিহাস আকৌ এবাৰ উভতি চাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
৯ দিন পাছতেই কৃতিকালৈ আহিব বৃহস্পতি, তৰাৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

৯ দিন পাছতেই কৃতিকালৈ আহিব বৃহস্পতি, তৰাৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.