• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !

কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !

2 years ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

30 minutes ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

1 hour ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

2 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

3 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

3 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

4 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

5 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

5 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

6 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

6 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

6 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !

editor by editor
April 15, 2024
in ভাৰত, ৰাজনীতি
0
কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেজৰিৱাল সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, পাবনে জামিন !

দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবেদনৰ শুনানি আজি উচ্চতম ন্যায়ালয়ত হ’ব। কেজৰিৱালে তেওঁৰ গ্ৰেপ্তাৰ কৰা ঘটনাত প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে তেখেতৰ আবেদন নাকচ কৰাত, পিছত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

সেই আবেদনৰেই আজি শুনানি আছে। আজিৰ শুনানিৰ পিছতহে জনা যাব কেজৰিৱালে জামিল লাভ কৰিব নে নকৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক আটক কৰি আম আদমী পাৰ্টীৰ ওপৰত আঘাত সানিছিল ইডিয়ে।

সুৰা নীতিৰ কেলেংকাৰীৰ দোষ জাপি দিছিল কেজৰিৱালৰ বিৰুদ্ধে। যাৰ বাবে জামিন বিচাৰি দিল্লীৰ উচ্চ ন্যায়লয়ৰ কাষ চাপিছিল কেজৰিৱাল। পাছে উচ্চ ন্যায়ালয়ে ইডিৰ কেজৰিৱালক আটক কৰা কাম উচিত বুলি কেজৰিৱালৰ বিৰুদ্ধে প্ৰমাণ আছে বুলি জামিন আবেদন নাকচ কৰিছিল। ৷

দিল্লীৰ মুখ্যমন্ত্ৰীৰ আবেদন খাৰিজ কৰাৰ সময়তে উচ্চ ন্যায়ালয়ে অপৰাধৰ পৰা পোৱা ধন লুকুৱাই ৰখা আৰু ব্যৱহাৰ কৰাত কেজৰিৱাল সক্ৰিয়ভাৱে জড়িত বুলি সঞ্চালকালয়ৰ দাবীৰ উদ্ধৃতিও দিছিল। ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ আবেদন খাৰিজ কৰি ইয়াৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল যে ‘সাধাৰণ আৰু বিশেষ ব্যক্তি’ৰ বিৰুদ্ধে তদন্ত পৃথক হ’ব নোৱাৰে।

উল্লেখ্য যে, বিগত ২১ মাৰ্চ তাৰিখে বাসগৃগৰ পৰা আটক কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক। তেতিয়াৰে আজি ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰতে আছে অৰবিন্দ কেজৰিৱাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvidn kejriwaldelhi high courtedKejriwalsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?
জীৱনশৈলী

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

May 20, 2026
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
জীৱনশৈলী

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

May 20, 2026
Next Post
চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত

চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত

সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.