• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত

চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত

2 years ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

20 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

14 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

15 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

15 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

16 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

16 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

17 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

17 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

18 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

18 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

20 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত

editor by editor
April 15, 2024
in বিশ্ব
0
চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাহৰ দৰে সেৱন কৰে সাপৰ এইবিধ দ্ৰব্য, সেনা সকলেও শক্তিবৰ্ধক হিচাপে ব্যৱহাৰ কৰে এইখন দেশত

মানুহে সাধাৰণতে সাপলৈ ভয় কৰে আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। সাপ বিষাক্ত হওঁক বা নহঁওক, সাপৰ পৰা সদায়ে দূৰতে বিদুৰ। আনহাতে বিশ্বত এনে এখন দেশ আছে য’ত সাপৰ সৈতে সহবাস কৰা বুলি কলেও ভুল কোৱা নহব।

কিয়নো দেশখনত চাহৰ দৰে সেৱন কৰে সাপৰ তেজ। শক্তিবৰ্ধক, বহু বেমাৰৰ প্ৰতিশোধক হিচাপে ব্যৱহাৰ কৰা সাপৰ তেজ। সেই দেশখন হৈছে ইণ্ডোনেছিয়া। ইয়াত সৈনিকৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে সকলোৱে সাপৰ তেজ খায়।

ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ মতে এইটো প্ৰকৃতিয়ে মানুহক দিয়া উপহাৰ, যিটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা উচিত। সেই কাৰণেই এই দেশৰ খাদ্য বজাৰতো ঘন পিঞ্জৰাত জীয়া সাপ দেখা পোৱা যায়।

ইণ্ডোনেছিয়াত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বিশ্বাস হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে। এই চিকিৎসাৰ অধীনত বন্যপ্ৰাণী আৰু উদ্ভিদে যিকোনো ৰোগ নিৰাময় কৰে বুলি দাবী কৰা হয়।

সাপৰ দ্বাৰা ছালৰ ৰোগ চিকিৎসাৰ কথা ১০০ খ্ৰীষ্টাব্দত প্ৰথম উল্লেখ পোৱা যায়। ইণ্ডোনেছিয়াত ছালৰ গুৰুতৰ সমস্যা থকা ৰোগীক সাপৰ ছালৰ পাল্প বনাই প্ৰয়োগ কৰি চিকিৎসা কৰা হৈছিল।

হৃদৰোগীক সাপৰ বিষ দিয়া হয়। বিশ্বাস কৰা হয় যে যদি মদ খোৱাৰ পূৰ্বে সাপৰ পৰা প্ৰস্তুত কৰা ঔষধ সেৱন কৰা হয়, তেনেহ’লে মদ্যপানে যকৃতত কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু মদ্যপায়ীজন সদায় সুস্থ হৈ থাকে।

ইয়াত ৰেষ্টুৰেণ্ট আদিতো সাপৰ তেজ উপলব্ধ। অৱশ্যে ইয়াৰ বাবে জংঘলৰ পৰা সাপ ধৰি আনি এনেদৰে ব্যৱসায় নকৰে। এই দেশত প্ৰায় অধিকাংশ লোকৰ ঘৰতে সাপৰ খেতি কৰা হয় । একো একোখন সাপৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছে এই দেশত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveAssam Live storySnake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
Next Post
সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল

নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.