• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল

নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল

2 years ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

11 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

12 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

12 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

13 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

13 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

15 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

16 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

16 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

17 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

18 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

19 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল

editor by editor
April 15, 2024
in খাদ্য, জীৱনশৈলী
0
নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰক এইবিধ ফল, হ্ৰাস কৰক ওজন লাভ কৰক সুন্দৰ ছাল

খাদ্যত ফলমূল অন্তৰ্ভুক্ত কৰা মানে আপোনাৰ স্বাস্থ্য ভালে থকা। সুস্বাস্থ্যই হৈছে এগৰাকী লোকৰ প্ৰধান শক্তি। স্বাস্থ্য ভালে আছে মানে সকলো ভালে আছে। পাছে স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিতৌ ভাল খাদ্য গ্ৰহণ লগতে কিছু ব্যায়াম অতিকে প্ৰয়োজনীয়।

ভাল খাদ্য বুলিলে প্ৰথমেই আহে ফলমুলৰ কথা। যি ফলমূলত নিহিত হৈ থাকে বহুতো ভিটামিন আৰু মিনাৰেলছ। সেই ভিটামিন আৰু মিনাৰেল আমাৰ শৰীৰৰ বাবে অতিকে প্ৰয়োজনীয়।

পাছে তাৰেই মাজৰ এবিধ এনে ফল আছে যি ফল নিতৌ পুৱা খালী পেটত গ্ৰহণ কৰিলে লাভ কৰিব বহুতো উপকাৰিতা। ওজন হ্ৰাসৰ লগতে, শৰীৰৰ চৰ্বীয়ো হ্ৰাস কৰে, তাৰোপৰি দিয়ে এক সুন্দৰ ছাল।

সেই ফলবিধ হৈছে সততে প্ৰায় সকলোৰে ঘৰে ঘৰে থকা অমিতা। অমিতাত প্ৰচুৰ পৰিমানে ভিটামিন, মিনাৰেল আদি পোৱা যায়। ইয়াত ভিটামিন চি, ভিটামিন এ, ভিটামিন ই, ফাইবাৰ, এণ্টি এজিং গুণ, ৰোগ প্ৰতিৰোধ ক্ষমতা আদি যথেষ্ট পৰিমাণে থাকে।

নিতৌ যদি পুৱা খালী পেটত অমিতা খাই তেন্তে কি হ’ব-

পাচন শক্তি বৃদ্ধি পাই- অমিতাত প’পাইন নামৰ এক এনজাইম পোৱা যায়, যিয়ে মানৱ শৰীৰৰ পাচন শক্তি ভাল কৰি তোলে। যাৰ বাবে নিতৌ অমিতা খালে হজম শক্তি বহুত বৃদ্ধি পাই যাৰ বাবে বহু বেমাৰৰ পৰা হাত সাৰি থাকে।

তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে- অমিতাত শৰ্কৰাৰ পৰিমাণ সামান্য থাকে। তাৰ বিপৰীতে ফাইবাৰ অত্যধিক মাত্ৰাত থাকে। যাৰ বাবে ডাইবেটিছ থকা লোকৰ বাবেও অমিতা বহুত ভাল।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে- ভিটামিন চিৰে ভৰপুৰ এই অমিতা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। যাৰ বাবে অমিতা খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে।

ওজন হ্ৰাস পাই- ভৰপুৰ ফাইবাৰ থকাৰ বাবে অমিতা খালে ওজন হ্ৰাস পাই। পুৱা খালী পেটত অমিতা খালে বহু দেৰিলৈ পেট ভৰাই ৰাখে, পেট ভৰা ভৰা লাগি থাকে, যাৰ বাবে বাৰে বাৰে ভোক নালাগে।

ছালৰ বাবে ভাল- কেৱল শৰীৰৰ বাবেই নহয় ছালৰ বাবেও অমিতা খুবেই ভাল, ছালক ই কেৱল ভিতৰৰ পৰাই নহয় বাহিৰৰ পৰাও ভাল কৰি তোলে। ভিটামিন এ থকা বাবে ই ছাল সৱল কৰি তোলে। শালমন আদিৰ সমস্যা হ্ৰাসৰ লগতে অন্য দাগ আদিয়ো কমাই দিয়ে। ছাল শোতোৰা পৰাৰ পৰাও ৰক্ষা কৰে। তাৰোপৰি ছালক নমজ কৰি ৰাখে।

হৃদয় ভালে ৰাখে- অমিতাই হাৰ্টৰ সমস্যা আঁতৰাই ৰাখে। কলেষ্টৰেল হ্ৰাস কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সমস্যা বহু পৰিমানে কম হৈ যায়। লগতে হাৰ্টৰ অন্য সমস্যা বোৰো বহুখিনি কম হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthHealth benefitHealthy benefitHeathy foodpapayapapaya benfit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?
জীৱনশৈলী

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

July 9, 2026
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট
জীৱনশৈলী

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

July 9, 2026
Next Post
ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

মৰুপ্ৰান্তত সেউজীয়া সপোন...পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.