• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

3 years ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

8 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

9 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

9 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

9 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

10 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

11 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

11 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

12 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

13 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

13 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

14 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?

editor by editor
April 15, 2024
in ভাৰত
0
ৰাম নৱমীত এই বিশেষ উপায়েৰে ৰামৰ পূজা কৰিলে কাটিব দুৰ্ভোগ, কি কৰিব?
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম নৱমীত ৰামায়ণত বৰ্ণিত ৰাম জন্মকথা পাঠ কৰিলে সুফল পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস। এই তিথিত ৰাম ভক্তসকলে অখণ্ড ৰামায়ণ পাঠ কৰে। ৰামৰ মূৰ্তিক শুদ্ধ গংগাজলেৰে গা ধুই নতুন বস্ত্ৰ আৰু অলংকাৰেৰে সজাই পৰাই পঞ্চোপচাৰ অথৱা ষড়োশোপচাৰ পূজা কৰা হয়। গাখীৰ, দৈ, ঘিউ, মৌ, চেনী মিশ্ৰিত পঞ্চামৃত ভোগ নিবেদন কৰা হয়। ৰামৰ পূজা, ভজন-কীৰ্তন কৰাৰ পাছত ভক্তক প্ৰসাদ বিতৰণ কৰা উচিত। ইয়াৰ পাছতেই উপবাস ভংগ কৰিব। শাস্ত্ৰমতে বিশেষ এক নিয়ম মানি ৰামৰ পূজা কৰিলে সমস্ত দুখ, কষ্ট, ভয় দূৰ হয়।

ৰাম নৱমীত ৰামৰ পূজা কেনেকৈ কৰিব?

ৰাম নৱমী তিথিত ৰামৰ আশীৰ্বাদ পাবলৈ উপবাসে থাকি ৰামচৰিতমানসৰ পূজা কৰক। ইয়াৰোপৰি ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ ছবি ঘৰত স্থাপন কৰিব।

ৰঙা ৰঙেৰে ১০৮ বাৰ ৰাম নাম অথৱা সীতাৰাম লিখক। এই তিথিত ৰামৰ নামেৰে মালা তৈয়াৰ কৰি বজৰংবলীক পূজা কৰিলে সুফল পাব।

এই তিথিত চ’ত নৱৰাত্ৰিৰ দুৰ্গাপূজা কৰা হয়। অৱশ্যেই সিদ্ধিদাত্ৰীৰ উপাসনা কৰিব।

কুমাৰী কন্য়াসকলক ভোজন কৰোৱাওক। দৰিদ্ৰ আৰু অসহায়সকলক সামৰ্থ্য অনুযায়ী দান দিয়ক।

ৰাম মন্ত্ৰ

ৰাম নৱমীত কিছু মন্ত্ৰ জপ কৰিলে শীঘ্ৰে মনোকামনা পূৰণ সম্ভৱ। এই দিনটোত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিলে সুফল পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া
ভাৰত

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

October 28, 2026
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
Next Post
মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

মৰুপ্ৰান্তত সেউজীয়া সপোন...পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.