• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

5 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

5 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

5 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

7 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

7 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

9 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

10 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

11 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

12 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

12 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি

editor by editor
April 16, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
গুগলৰ বিজ্ঞাপনৰ শীৰ্ষ স্থানত বিজেপি! ইতিমধ্যেই খৰচ ৩৯ কোটি
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিৰ্বাচনী প্ৰচাৰত দেৱাল লিখনৰ ঢৌ এতিয়া নাই। কাগজৰ পোষ্টাৰো অতীত। সেই স্থান লৈছে এতিয়া ফ্লেক্স বেনাৰে। ৰাজনৈতিক দলসমূহৰ ভৰসা এতিয়া অনলাইন বিজ্ঞাপনেই। লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্ত ৰাজনৈতিক দলেই গুগল এড ৰ নামত কোটি কোটি ধন ব্য়য় কৰিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্ত ৰাজনৈতিক দলেই গুগল এডত ধন ব্য়য় কৰিছে। দেখা গৈছে যে কেন্দ্ৰৰ শাসক দল বিজেপিয়ে ১ জানুৱাৰীৰ পৰা গুগলত ৮১, ৮৭৮ টা ৰাজনৈতিক বিজ্ঞাপনৰ বাবে ৩৯ কোটি টকাতকৈয়ো বেছি ধন ব্যয় কৰিছে। গুগলৰ এড ট্ৰান্সপাৰেন্সি চেণ্টাৰৰ ডাটাত এই তথ্য  প্ৰকাশ পাইছে। সূত্ৰৰ খবৰ মতে চলিত বছৰত ভাৰতৰ ৰাজনৈতিক দলৰ পৰা গুগল বিজ্ঞাপনৰ নামত সৰ্বাধিক ধন খৰচ কৰিছে বিজেপি দলেই।

বিজেপিয়ে বিজ্ঞাপনৰ বাবে খৰচ কৰা মুঠ ধনৰ ৩২.৮ শতাংশই বিজেপিয়ে গুগলত খৰচ কৰিছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও এই সময়ত গুগলত ৭৩৬টা বিজ্ঞাপনত ৯কোটি টকা খৰচ কৰিছে। পলুলাছ এমপাৱাৰমেণ্ট প্ৰাইভেট লিমিটেড, ডিএমকে খৰচ কৰিছে ১০.০২ কোটি। অৱশ্যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ মাজত গুগল এডছত বিজেপিয়ে সৰ্বাধিক ধন খৰচ কৰিছে। অন্যহাতে কংগ্ৰেছে এপ্ৰিলত বিজ্ঞাপনৰ নামত সৰ্বাধিক ব্যয় কৰিছে। বিজেপিয়ে সকলোতকৈ বেছি অৰ্থ ব্য়য় কৰিছে, উত্তৰপ্ৰদেশ, ওড়িশা, বিহাৰত। ইফালে কংগ্ৰেছে সৰ্বাধিক ব্যয় কৰিছে, মহাৰাষ্ট্ৰ, বিহাৰ আৰু মধ্যপ্ৰদেশত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

দৈনিক এটাকৈ সূৰ্য গিলি খাব পাৰে! বিজ্ঞানীয়ে সন্ধান পাইছে অতিকায় কৃষ্ণগহ্বৰৰ

দৈনিক এটাকৈ সূৰ্য গিলি খাব পাৰে! বিজ্ঞানীয়ে সন্ধান পাইছে অতিকায় কৃষ্ণগহ্বৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.