• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

2 years ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

6 minutes ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

54 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

2 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

3 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

4 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

5 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

6 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ

editor by editor
April 16, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
নৱৰাত্ৰিৰ মহাষ্টমীত ৰাশি অনুযায়ী দান কৰিলেই পাব দুৰ্গাৰ আশীৰ্বাদ, কাটিব গ্ৰহ দোষ
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৬ এপ্ৰিল মঙলবাৰে চ’ত শুক্ল পক্ষৰ অষ্টমী তিথি। এই দিনটোত  বাসন্তী দুৰ্গা পূজাৰ অষ্টমীৰ আৰাধনা চলে। শাস্ত্ৰমতে মঙলবাৰে দান, ঋণ শোধ কৰিলে শুভ। অষ্টমীত কুমাৰী পূজা, দানৰ বিশেষ মাহাত্ম্য আছে। শাস্ত্ৰমতে এই তিথিত ৰাশি অনুযায়ী দান কৰিলে অধিক সুফল পোৱা যায়। ইয়াৰোপৰি গ্ৰহদোষৰ পৰাও মুক্তি পোৱা যায়। সাধাৰণতে কোন দিনা কি দান কৰিব তাৰো গুৰুত্ব আছে। আজি কোন ৰাশিৰ জাতকে কি দান কৰিব? অষ্টমীত দুৰ্গাক কি ভোগ অৰ্পণ কৰিব জানি থওক সবিশেষ।

মেষ আৰু বৃশ্চিক ৰাশি

মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকে অষ্টমীৰ দিনা দুৰ্গাক গুড়, দাইলৰ ভোগ নিবেদন কৰক। কুমাৰী কন্যাক ৰঙা দুপাত্তাও দিব পাৰে। ইয়াৰোপৰি ৰঙা মুচুৰ দাইল, ৰঙা চন্দন, ৰঙা ফুল, সেন্দুৰ, তাম, প্ৰবাল, ৰঙা পোছাক দান কৰিলে বিশেষ লাভ অৰ্জন কৰা সম্ভৱ।

বৃষ আৰু তুলা ৰাশি

জ্য়োতিষ অনুসৰি বৃষ আৰু তুলা ৰাশিৰ জাতকে মহাষ্টমী তিথিত মিশ্ৰী, বগা ভোগ নিবেদন কৰক। কুমাৰী কন্য়াসকলক ৰুমাল দিব পাৰে। ইয়াৰোপৰি বগা বস্ত্ৰ, কৰ্পূৰ, সুগন্ধি ধূপকাঠি, ধূপ, আঁতৰ, দৈ, চেনী, গাখীৰ, ৰূপ দান কৰিলে উৎকৃষ্ট ফল ভোগ কৰিব পাৰে।

মিথুন আৰু কন্য়া ৰাশি

এই দুই ৰাশিৰ জাতকে মহাষ্টমীত দুৰ্গাক ভোগ নিবেদন কৰক। কুমাৰী কন্য়াসকলক সেউজীয়া পোছাক, পঢ়াশুনাৰ দানৰ সামগ্ৰী দান কৰক। সেউজীয়া পাচলি, ফল, সেউজীয়া বস্ত্ৰ, কাঁহৰ বাচন দান কৰিলে দুৰ্গাৰ আশীৰ্বাদ পাব আৰু গ্ৰহ দোষৰ পৰাও মুক্তি লাভ কৰিব।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে অষ্টমীৰ দিনটোত দেৱীক পায়সৰ ভোগ নিবেদন কৰক। কুমাৰী কন্যাক ৰূপৰ কোনো সামগ্ৰী অৰ্পন কৰিব পাৰে। ইয়াৰোপৰি চাউল, মিশ্ৰী, বগা পোছাক, শঙ্খ আৰু কৰ্পূৰ দান কৰিব পাৰে। ইয়াৰোপৰি গাখীৰ, দৈ, চাউল, বগা বস্ত্ৰ, চেনী, ৰূপ, মুকুতা, শংখ, বাতাছা আদি দান দিব পাৰে।

সিংহ ৰাশি

জ্য়োতিষ পৰামৰ্শ মানি সিংহ ৰাশিৰ জাতকে এইদিনটোত গুৰ, ৰঙা যিকোনো মিঠাই নিবেদন কৰা উচিত। কুমাৰী কন্য়াক ৰঙা ফুল, ৰঙা চন্দন উপহাৰ দিয়ক। ইয়াৰোপৰি গম, গুৰ, ৰঙা পোছাক, ৰঙা ফুল, ৰঙা চন্দন, মৌ, জাফৰান, সোণ, তাম, ঘিউ আদি দান কৰিব পাৰে।

ধনু আৰু মীন ৰাশি

এই ৰাশিৰ জাতকে মহাষ্টমী তিথিত দেৱীক হালধীয়া মিঠাই ভোগ হিচাপে আগবঢ়াওক। ইয়াৰ পাছতেই কুমাৰী পূজা কৰি কুমাৰীসকলক কলম, পেঞ্চিল দান কৰিব পাৰে। ইয়াৰোপৰি হালধীয়া কাপোৰ দান কৰিব পাৰে। ঘিউ, সোন, ধৰ্মীয় গ্ৰন্থ, মৌ আদি দান কৰিবলৈ নাপাহৰিব।

মকৰ আৰু কুম্ভ ৰাশি

মকৰ আৰু কুম্ভ ৰাশিৰ জাতকে অষ্টমী তিথিত ভগৱতীক হালধীয়া ভোগ নিবেদন কৰক। কুমাৰী কন্য়াক নীলা পোছাক, তেল অৰ্পণ কৰক। ইয়াৰোপৰি ক’লা পোছাক সৰিয়হৰ তেল আদি দান কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
Next Post
দৈনিক এটাকৈ সূৰ্য গিলি খাব পাৰে! বিজ্ঞানীয়ে সন্ধান পাইছে অতিকায় কৃষ্ণগহ্বৰৰ

দৈনিক এটাকৈ সূৰ্য গিলি খাব পাৰে! বিজ্ঞানীয়ে সন্ধান পাইছে অতিকায় কৃষ্ণগহ্বৰৰ

ৰাম নৱমীত দুৰ্লভ যোগ, ৰামৰ কৃপা ৫ৰাশিৰ ওপৰত, কোন কোন ৰাশিয়ে লাভ কৰিব আশীৰ্বাদ?

ৰাম নৱমীত দুৰ্লভ যোগ, ৰামৰ কৃপা ৫ৰাশিৰ ওপৰত, কোন কোন ৰাশিয়ে লাভ কৰিব আশীৰ্বাদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.