• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য

মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য

2 years ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

40 minutes ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

48 minutes ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

2 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

2 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

3 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

4 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

5 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

5 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

6 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

7 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য

মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য

editor by editor
April 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য
0
SHARES
143
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰে ৰামনৱমীৰ দিনটোত নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী। নলবাৰীৰ বিশাল জনসভা সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইচ্ছা থাকিলেও অযোধ্যাৰ প্ৰথমটো ৰামনৱমীত ভাগ লোৱাৰ সুযোগ নাপালে প্ৰধানমন্ত্ৰী মোদীয়ে। নিৰ্বাচনী ব্য়স্ততা থাকিলেও প্ৰযুক্তি এতিয়া খুবেই উন্নত। ঘৰত বহিয়েই সকলোবোৰ উপভোগ কৰিব পাৰি। সেই প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰীয়ে চালে ৰামৰ শিৰত সূৰ্যতিলক দিয়াৰ বিশেষ ভিডিঅ’।

নলবাৰীত জনসভা সম্বোধন কৰি থকাৰ সময়তেই অযোধ্যাৰ ৰামলালাৰ কপালত সূৰ্যতিলক দিয়া হয়। সূৰ্যতিলক দিয়াৰ সময়খিনিত মোদীয়ে নিজা ভাষণ কিছুসময়ৰ বাবে ৰখাই জয় শ্ৰী ৰাম ধ্বনি দিয়ে। সকলোকে ৰাম নৱমীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে সন্মান প্ৰদৰ্শনৰ বাবে নিজৰ মোবালৰ টৰ্চ জলাই হাত ওপৰলৈ দাঙিবলৈ অনুৰোধো জনাই।

সভাত উপস্থিত থকা অন্য়ান্য মন্ত্ৰীসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰণ কৰে। নৰেন্দ্ৰ মোদীয়ে ৰাম সন্দৰ্ভত বাখ্য়া দাঙি ধৰি কয়, ‘৫০০ বছৰৰ পাছত ঘৰলৈ ৰাম ঘূৰি আহিছে। আমি সকলোৱে তেওঁক স-সন্মানেৰে আদৰিব লাগে।  নিজৰ ঘৰত এইবাৰ ৰামলালাই ওপজা দিন পালন কৰিছে।’
https://x.com/ANI/status/1780509052033708348

নলবাৰীৰ জনসভা শেষ হোৱাৰ পাছতেই আকাশপথেৰে ওভটি আহোঁতে মোদীয়ে সূৰ্যতিলকৰ বিশেষ মুহূৰ্তৰ ভিডিঅ’ উপভোগ কৰে। বিমানত বহি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ থাকিল তেওঁ। সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘নলবাৰীৰ বৈঠকৰ পাছত অভূতপূৰ্ব আৰু অতুলনীয় মুহূৰ্তৰ সাক্ষী হৈ ৰ’লো। সকলোৱে ৰাম মন্দিৰৰ এই বিস্ময়কৰ মুহূৰ্তৰ বাবে অপেক্ষা কৰিছিল। এয়া এক দৈৱিক মুহূৰ্ত। উন্নত ভাৰতৰ বাবে আমি যি যি অংগীকাৰ কৰিছো সকলোবোৰৰ বাবে শক্তি লাভ কৰিব এই সূৰ্যতিলকৰ পুণ্য মুহূৰ্তৰ মাজত।’

নিৰ্বাচনী প্ৰচাৰৰ কাৰণে এইবাৰ অযোধ্যালৈ গৈ সূৰ্যাভিষেক নিজ চকুৰে প্ৰত্যক্ষ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। সভা শেষ কৰি সেয়ে বিমানত উঠি নিজৰ আইপেডতে এই বিৰল ক্ষণক উপভোগ কৰে। আই পেডতেই ৰামলালাৰ সূৰ্যতিলকৰ অনুষ্ঠান চাই মোদীয়ে। এই সূৰ্যতিলকৰ দৃশ্য চোৱাৰ সময়ত নিজৰ চেণ্ডেল খুলি লয় প্ৰধানমন্ত্ৰী মোদীয়ে। সূৰ্যতিলক চোৱাৰ পাছত চকু বন্ধ কৰি প্ৰণামো জনাই। প্ৰধানমন্ত্ৰীয়ে এই দৃশ্য উপভোগ কৰাৰ পাছত কয়, ‘কোটি কোটি ভাৰতীয়ৰ দৰে মোৰ বাবেও এই সময় খুবেই আৱেগিক। অযোধ্যাৰ ৰামনৱমী ঐতিহাসিক। এই সূৰ্যতিলকে আমাৰ জীৱনলৈ শক্তিৰ সঞ্চাৰ কৰক। দেশ আৰু দেশবাসীৰ গৌৰৱ আৰু মৰ্যাদাক অন্য উচ্চতালৈ লৈ যাওক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল
জীৱনশৈলী

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
Next Post
ডুবাইৰ বানত আৱদ্ধ শিল্পী ৰাহুল বৈদ্য, ডুবাইৰ চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু ১৮জন লোকৰ

ডুবাইৰ বানত আৱদ্ধ শিল্পী ৰাহুল বৈদ্য, ডুবাইৰ চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু ১৮জন লোকৰ

এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

এপ্ৰিলত দুদিনৰ ব্যৱধানত ৰাশি সলনি কৰিব মঙ্গল-শুক্ৰই, চাৰি ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.