• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

2 years ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

13 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

35 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

2 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

3 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

4 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

4 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

5 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

16 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

17 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

17 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

18 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

editor by editor
April 20, 2024
in ভাৰত
0
খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

খঙৰ কোবতে যমজ সন্তানেৰে সৈতে ৬ মাহৰ গৰ্ভৱতী পত্নীক জুইৰ মাজলৈ ঠেলি দিয়ে স্বামীয়ে

খং নামেই চণ্ডাল, সেই খঙৰ কোবতে প্ৰাণ হেৰুৱালে এগৰাকী গৰ্ভৱতী মহিলাই। লগতে মৃত্যুক সাৱটি লয় গৰ্ভৰ সন্তানে। স্বামীয়ে হত্যা কৰে পত্নী আৰু সন্তানক। এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱৰ অমৃতসৰত।

স্বামী আৰু স্ত্ৰীৰ কোনো কথাক লৈ প্ৰথমে কথাৰ কটাকটি হয়। যি পাছলৈ ক্ৰমাণ্বয়ে বৃদ্ধি পাবলৈ ধৰে কাজিয়াৰ কোব। স্বামীৰ আকৌ খঙে ধাৰণ কৰে চণ্ডালৰ ৰূপ। যাৰ পৰিণতিতেই প্ৰাণ হেৰুৱাই পত্নীয়ে।

স্বামীয়ে খঙৰ কোবত একে কব নোৱাৰা হৈ বিচনাৰ সৈতে বান্ধি পেলাই পত্নীক। তাৰ পাছত ঘৰত জুই লগাই দি, পত্নীক বিচনাৰ সৈতে সেই জুইৰ মাজলৈ ঠেলি দিয়ে। স্বামীৰ চকুৰ সমুখতে অগ্নিদ্বগ্ধ হৈ মৃত্যুক সাৱটে পত্নীয়ে।

সেই সময়ত পত্নী আছিল ৬ মাহৰ গৰ্ভৱতী, তাৰোপৰি গৰ্ভত আছিল যমজ সন্তান। অগ্নিকাণ্ডৰ ফলত মাতৃৰে সৈতে পৃথিৱীৰ মুখ দেখাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় গৰ্ভত থকা দুয়োটি সন্তানে।

এই শিহৰণকাৰী ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন স্বামীৰ। আৰক্ষীয়ে ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পাছে কোনো সন্ধান নাই হত্যাকাৰী স্বামীৰ।

হত্যাকাৰী স্বামীৰ সন্ধানত নামি পৰিছে আৰক্ষী। পাছো কতো কোনো সন্ধান নাই স্বামীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Burn Alivehusband killed wifeHusband wifePregnant wife
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

পশ্চিম এছিয়াত উত্তেজনাৰ মাজতে ইৰাকত ইৰাণ সমৰ্থিত সামৰিক ঘাটিত পাঁচটা বিস্ফোৰণ

পশ্চিম এছিয়াত উত্তেজনাৰ মাজতে ইৰাকত ইৰাণ সমৰ্থিত সামৰিক ঘাটিত পাঁচটা বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.