• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

2 years ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

1 day ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

2 days ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

editor by editor
April 20, 2024
in ভাৰত
0
খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

খঙৰ কোবতে যমজ সন্তানেৰে সৈতে ৬ মাহৰ গৰ্ভৱতী পত্নীক জুইৰ মাজলৈ ঠেলি দিয়ে স্বামীয়ে

খং নামেই চণ্ডাল, সেই খঙৰ কোবতে প্ৰাণ হেৰুৱালে এগৰাকী গৰ্ভৱতী মহিলাই। লগতে মৃত্যুক সাৱটি লয় গৰ্ভৰ সন্তানে। স্বামীয়ে হত্যা কৰে পত্নী আৰু সন্তানক। এই ঘটনা সংঘটিত হৈছে পাঞ্জাৱৰ অমৃতসৰত।

স্বামী আৰু স্ত্ৰীৰ কোনো কথাক লৈ প্ৰথমে কথাৰ কটাকটি হয়। যি পাছলৈ ক্ৰমাণ্বয়ে বৃদ্ধি পাবলৈ ধৰে কাজিয়াৰ কোব। স্বামীৰ আকৌ খঙে ধাৰণ কৰে চণ্ডালৰ ৰূপ। যাৰ পৰিণতিতেই প্ৰাণ হেৰুৱাই পত্নীয়ে।

স্বামীয়ে খঙৰ কোবত একে কব নোৱাৰা হৈ বিচনাৰ সৈতে বান্ধি পেলাই পত্নীক। তাৰ পাছত ঘৰত জুই লগাই দি, পত্নীক বিচনাৰ সৈতে সেই জুইৰ মাজলৈ ঠেলি দিয়ে। স্বামীৰ চকুৰ সমুখতে অগ্নিদ্বগ্ধ হৈ মৃত্যুক সাৱটে পত্নীয়ে।

সেই সময়ত পত্নী আছিল ৬ মাহৰ গৰ্ভৱতী, তাৰোপৰি গৰ্ভত আছিল যমজ সন্তান। অগ্নিকাণ্ডৰ ফলত মাতৃৰে সৈতে পৃথিৱীৰ মুখ দেখাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় গৰ্ভত থকা দুয়োটি সন্তানে।

এই শিহৰণকাৰী ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন স্বামীৰ। আৰক্ষীয়ে ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পাছে কোনো সন্ধান নাই হত্যাকাৰী স্বামীৰ।

হত্যাকাৰী স্বামীৰ সন্ধানত নামি পৰিছে আৰক্ষী। পাছো কতো কোনো সন্ধান নাই স্বামীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Burn Alivehusband killed wifeHusband wifePregnant wife
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ
জীৱনশৈলী

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

November 8, 2025
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম
জীৱনশৈলী

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

November 8, 2025
Next Post
গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

পশ্চিম এছিয়াত উত্তেজনাৰ মাজতে ইৰাকত ইৰাণ সমৰ্থিত সামৰিক ঘাটিত পাঁচটা বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন