• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

11 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

11 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

12 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

12 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

13 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

14 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

14 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

15 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

16 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

17 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

17 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

editor by editor
April 23, 2024
in বাণিজ্য, বিবিধ, ভাৰত
0
কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰতন টাটাৰ পৰা আৰম্ভ কৰি ধীৰুভাই আম্বানী, মুকেশ আম্বানীৰ পৰা গৌতম আদানী…। ভাৰতৰ প্ৰথমশাৰীৰ উদ্যোগীৰ তালিকাত আছে কেইবাগৰাকীও ব্যক্তি। কোটি কোটি টকাৰ সম্পত্তিৰ মালিক তেওঁলোক। কিন্তু তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণি কেনেকৈ হৈছিল? প্ৰথমেই যদি ধীৰুভাই আম্বানীক চাওঁ তেন্তে ধীৰুভাই আম্বানীৰ জন্ম হৈছিল গুজৰাটৰ এখন সৰু গাঁওত। স্কুলত নামভৰ্তীৰ পাছত অভাৱ অনাটনৰ বাবেই তেওঁ আধাতে শিক্ষাজীৱন সামৰিবলগীয়া হয়।

পৰিয়ালৰ কাষত থিয় দিবলৈ সৰুৰে পৰাই নানান কাম কৰি গৈছিল ধীৰুভাই আম্বানীয়ে। ১৯৮৮ চনত তেওঁ য়েমেনলৈ যায়। তাতেই তেওঁ এটা গেছ ষ্টেচনত পেট্ৰল বিক্ৰিৰ কাম কৰিছিল। সেই চাকৰিয়েই প্ৰথম চাকৰি ধীৰুভাই আম্বানীৰ। ধীৰুভাইৰ প্ৰথম উপাৰ্জন আছিল ৩০০টকা। কিন্তু সেই চাকৰি বাদ দি তেওঁ মুম্বাইলৈ আহে। তাতেই নিজাকৈ ব্যৱসায় আৰম্ভ কৰে ধীৰুভাইয়ে।

মুম্বাইৰ ৩৫০ বৰ্গফুটৰ এটা কোঠালিত এখন টেবুল, তিনিখন চকী আৰু এটা টেলিফোনৰ পৰাই ৰিলায়েন্সৰ জন্ম দিয়ে ধীৰুভাইয়ে। ভাৰতৰ অন্য এগৰাকী উদ্যোগপতি ৰতন টাটাই সাফল্যৰ শীৰ্ষত উপনীত হ’লেও মাটিৰ মানুহ হৈ থাকিয়েই ভালপায়। ১৯৬১ চনত টাটা ষ্টিল সংস্থাৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰিছিল ৰতন টাটাই। তাৰপাছতেই টাটা ইঞ্জিনিয়াৰিং এণ্ড লোকমটিভ কোম্পানীত কাম আৰম্ভ কৰে ৰতন টাটাই। ছমাহ তাতেই তেওঁ প্ৰশিক্ষণো লয়।

অন্য এক বেছৰকাৰী সংস্থাৰ তৰফৰ পৰা উচ্চ দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ লাভ কৰে তেঁও। কিন্তু সেই প্ৰস্তাৱো খাৰিজ কৰে টাটাই। নিজৰ সংস্থাৰ ভবিষ্যতৰ কথা তেওঁ তেতিয়াই ভাৱিবলৈ আৰম্ভ কৰিছিল। ভাৰতৰ মহিলা উদ্যোগীৰ ভিতৰত অন্যতম এগৰাকী হৈছে কিৰণ মজুমদাৰ। বাংগালুৰুত নিজৰ সংস্থা খুলে কিৰণে। সেই সংস্থাৰ তেওঁ অধিকৰ্ত্ৰী আছিল। বৰ্তমান প্ৰায় ২০ হাজাৰ ৮৮৩ কোটি টকাৰ মালিক তেওঁ।

পঢ়াশুনাৰ বাবে অষ্ট্ৰেলিয়ালৈকো গৈছিল কিৰণ। তাত যোৱাৰ পাছতেই হাতখৰচৰ বাবে তেওঁ কফিশ্বপত কাম কৰিছিল। কফি কেনেকৈ তৈয়াৰ কৰা হয় তাৰ প্ৰশিক্ষণ লৈছিল কিৰণে। ভাৰতলৈ উভতি আহিও কিছুদিন তেওঁ এই কামেই কৰিছিল। চলিত বছৰৰ তথ্য অনুসৰি আদানী গোষ্ঠীৰ প্ৰতিষ্ঠাতা গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬লাখ ৯৬ হাজাৰ ৬৫৮ কোটি টকা। ১৯৭৮ চনত আদানী মুম্বাইলৈ আহিছিল। মুম্বাইৰ এটা সংস্থাৰ হৈ আদানীয়ে হীৰা বাছনি কৰাৰ কাম কৰিছিল। প্ৰায় ৩বছৰ ধৰি আদানীয়ে সেই কাম কৰাৰ পাছত মুম্বাইত হীৰাৰ ব্যৱসায় আৰম্ভ কৰে।

ইফালে গডৰেজ কোম্পানীৰ প্ৰতিষ্ঠাতা আৰদেশিৰ গডৰেজৰ যাত্ৰাও মসৃণ নহয়। ঔষধৰ দোকানৰ কৰ্মী হিচাপে কাম কৰি এদিন তেওঁ পেটৰ ভাত মোকলাইছিল। তেতিয়া আৰদেশিয়ে ভাৱিছিল, অস্ত্ৰোপচাৰৰ বাবে তেওঁ বিশেষ যন্ত্ৰপাতি নিৰ্মাণ কৰিব। সেই চিন্তা লৈয়ে পোনতে তেওঁ ব্যৱসায়ত নামে। সেই সময়ত তেওঁৰ কাষত থিয় হৈছিল মেৰৱানজি কামা নামৰ এজন ব্যৱসায়ী। আৰদেশিক নতুন ব্যৱসায়ৰ বাবে তেওঁ ধন বিনিয়োগো কৰিছিল। পোনতে আৰদেশিয়ে নিৰ্মাণ কৰিছিল তলা। তলা নিৰ্মাণৰ কামেৰেই এতিয়া নামজ্বলা কোম্পানী হৈছে গডৰেজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

কাইলৈ ব্যতিপত যোগৰ লাভেই লাভ ৫ৰাশিৰ, গণপতিৰ কৃপা থাকিব এইকেইটা ৰাশিৰ ওপৰত

কাইলৈ ব্যতিপত যোগৰ লাভেই লাভ ৫ৰাশিৰ, গণপতিৰ কৃপা থাকিব এইকেইটা ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.