• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

2 years ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

27 minutes ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

55 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

2 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

2 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

20 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

20 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

22 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

22 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

23 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 day ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

editor by editor
May 2, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

ইজৰাইল আৰু পেলেষ্টাইন যুদ্ধৰ মাজতে ভাৰতে আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত বিস্ফোৰক মন্তব্য আগবঢ়াই। ভাৰতে মুকলিকৈ সমৰ্থন কৰে পেলেষ্টাইনক। পেলেষ্টাইনৰ হৈ মাত মাতে ভাৰতে।

ভাৰতে ৰাষ্ট্ৰসংঘত ইজৰাইল আৰু পেলেষ্টাইনৰ বাবে দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থন কৰিছিল। ৰাষ্ট্ৰসংঘৰ এখন বৈঠকত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয় যে ভাৰতে দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থনত প্ৰতিশ্ৰুতিবদ্ধ, য’ত পেলেষ্টাইনৰ জনসাধাৰণে নিৰাপদ সীমাৰ ভিতৰত এখন স্বাধীন দেশত বাস কৰিবলৈ সক্ষম হ’ব।

ৰুচিৰা কাম্বোজে ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ আবেদন পুনৰ বিবেচনা কৰাৰ কথা কয়। ভাৰতৰ এই পদক্ষেপক ইজৰাইলৰ বাবে আঘাত হিচাপে গণ্য কৰা হৈছে, আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে পেলেষ্টাইন ৰাষ্ট্ৰক ভাবুকি হিচাপে ভাবে। কওঁ যে শেহতীয়াকৈ পেলেষ্টাইনে ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ বাবে আবেদন কৰিছিল, যিটো আমেৰিকাৰ ভেটোৰ বাবে গৃহীত হ’ব পৰা নাছিল।

কাম্বোজে কয় যে, আমি আশা কৰিছো যে উপযুক্ত সময়ত এই বিষয়ে পুনৰ বিবেচনা কৰা হ’ব আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰসংঘৰ সদস্য হোৱাৰ প্ৰচেষ্টাক সমৰ্থন কৰা হ’ব।

সেই বৈঠকৰ সময়তে ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কামোজে হামাছকো গৰিহণা দিয়ে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। তেওঁ কয় যে সন্ত্ৰাসবাদক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি। ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধী। লগতে সকলো পণবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়াৰো দাবী জনাই ভাৰতৰ হৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HamasisraelIsrael-HamasIsrael-Hamas war
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ

হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ'ল প্ৰাণ

কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.