• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ

সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ

2 years ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

7 minutes ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

24 minutes ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

52 minutes ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

1 hour ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

3 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

4 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

4 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

6 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

7 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

16 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ

editor by editor
May 5, 2024
in ভাৰত
0
সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ

শনিবাৰে সন্ধিয়া প্ৰায় ৬.১৫ মান বজাত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সুৰনকোট অঞ্চলত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ। এম্বুছত এজন জোৱান শ্বহীদ হয়। আহত হৈছে আন চাৰিজন।

কনভয়ত থকা দুখন বাহনৰ ভিতৰত এখনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। বায়ুসেনাৰ মুখপাত্ৰই টুইটাৰযোগে জানিবলৈ দিয়ে যে সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখিত বায়ুসেনাৰ পাঁচজন জোৱান আহত হৈছে।

আহত সকলক নিকট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসাৰ সময়তে এজন জোৱানৰ মৃত্যু হয়। স্থানীয় সামৰিক ইউনিটসমূহে অঞ্চলটো ঘেৰাও কৰি অভিযান চলাই আছে।

ৰাজপথতে সামৰিক বাহনত আক্ৰমণ চলালে এম্বুছ সন্ত্ৰাসবাদীয়ে। সুৰংকোট অঞ্চলৰ ছানাই টপলৈ উভতি আহিছিল বায়ুসেনাৰ দুখন বাহন। তাৰেই এখন বাহন আহি পোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে এখন বাহনক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। যাৰ ফলত বাহনখনৰ সমুখৰ গ্লাছত ১৪ৰ পৰা ১৫টা গুলিৰ চিন দেখা পোৱা গৈছে। বা

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ পিছত পুঞ্চত এইটো তৃতীয়টো আক্ৰমণ। ইয়াৰ পূৰ্বে ১২ জানুৱাৰীত কৃষ্ণ উপত্যকা অঞ্চলত সন্ত্ৰাসবাদীয়ে সামৰিক বাহনসমূহক লক্ষ্য কৰি লৈছিল, য’ত চাৰিজন জোৱান শ্বহীদ হৈছিল। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২২ ডিচেম্বৰত ডেৰা কি গলি অঞ্চলত সামৰিক বাহন আক্ৰমণ কৰা হৈছিল। এতিয়া এয়া তৃতীয়টো আক্ৰমণ। এই তিনিটা আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে বহু জোৱান আহত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air ForceIdian Armyindian air forcejammu and kashmirkashmirterroristterrorist attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব

এটা ভটুৱা কুকুৰ আৰু এজন ৰে'ল চালকৰ কাহিনী, ভিডিঅ' দেখি আপুনিও ক'ব এয়াহে বন্ধুত্ব

মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.