• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাধৰ গাখীৰ খাওক শক্তি পাওক, প্ৰতিলিটাৰ ৭ হাজাৰ টকা!

গাধৰ গাখীৰ খাওক শক্তি পাওক, প্ৰতিলিটাৰ ৭ হাজাৰ টকা!

6 years ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

55 minutes ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

1 hour ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

3 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

4 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

4 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

4 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

5 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

5 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

6 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

6 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গাধৰ গাখীৰ খাওক শক্তি পাওক, প্ৰতিলিটাৰ ৭ হাজাৰ টকা!

editor by editor
September 22, 2020
in বিবিধ
0
গাধৰ গাখীৰ খাওক শক্তি পাওক, প্ৰতিলিটাৰ ৭ হাজাৰ টকা!
0
SHARES
898
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত সাধাৰণতে খাদ্য হিচাপে গ্ৰহণ হয় গৰুৰ গাখীৰ। কিন্তু আজি আমি লিখনিত আপোনালোকক জনাব বিচাৰিছো গাধৰ গাখীৰৰ মহা গুণসমূহ। ৰাষ্ট্ৰসংঘৰ এক সংস্থাৰ ৰিপোর্ট অনুসৰি গাধীৰ গাখীৰত প্ৰোটিনৰ মাত্ৰা কম যদিও অত্যাধিক লেক্টাছ থাকে। কেৱল এয়াই নহয় ভিটামিন ‘এ’, ভিটামিন ‘বি১’, ভিটামিন বি২’ ভিটামিন ‘বি৬’, ভিটামিন ‘ডি’ আৰু ভিটামিন ‘ই’ প্ৰচুৰ পৰিমাণে থাকে। প্ৰসাধন সামগ্ৰীসমূহত বহুলভাৱে ব্যৱহাৰ হয় গাধৰ গাখীৰ। কিংবদন্তী সুন্দৰী ক্লিও পেট্ৰায়ো গাধীৰ গাখীৰেৰে নিয়মিতভাৱে গা ধুইছিল। আৰু যাৰ বাবে অবিশ্বাস্যভাৱে উজ্জ্বল হৈ পৰিছিল ক্লিও পেট্ৰাৰ ছাল। ইউৰোপীয় দেশসমূহত গাধৰ গাখীৰৰ বহুল ব্যৱহাৰ হয়। অৱশ্যে ভাৰতত তুলনামূলকভাৱে কমকৈ ব্যৱহাৰ কৰা হয় গাধৰ গাখৰ। অৱশ্যে হাৰিয়ানাত আৰম্ভ কৰা হৈছে গাধৰ গাখীৰৰ প্ৰথমটো ডেইৰী। বিদেশত ৭,০০০ টকা প্ৰতিলিটাৰ পর্যন্ত বিক্ৰী হয় গাধৰ গাখীৰ। উল্লেখ্য যে ভাৰতত গাধীৰ গাখীৰৰ মূল্য চৰকাৰীভাৱে নির্ধাৰিত হোৱা নাই। অৱশ্যে মুম্বাইৰ দৰে ঠাইত ৫,০০০ টকা পর্যন্ত বিক্ৰী হয় গাধৰ গাখীৰ। গতিকে আপুনিও সুস্থ-সৱল জীৱনৰ বাবে আজিৰ পৰা আৰম্ভ কৰক গাধৰ গাখীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cleupetradonkey milkjennet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ
জীৱনশৈলী

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

April 21, 2026
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

April 21, 2026
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?
বাণিজ্য

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

April 21, 2026
Next Post
অগপৰ ৩, বিজেপিৰ ১ বিধায়ক আহিব AJPলৈ!

অগপৰ ৩, বিজেপিৰ ১ বিধায়ক আহিব AJPলৈ!

পাকিস্তানত মুছলমান বনাম মুছলমান

পাকিস্তানত মুছলমান বনাম মুছলমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.