• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ

আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ

2 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

3 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

5 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

5 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

5 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

6 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

6 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

7 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

7 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

9 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

10 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

10 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ

editor by editor
May 7, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৯৩ আসনত, ১৩৫১ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা, ভোটদান সম্পন্ন মোদী-শ্বাহৰ

দেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধীনত দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। যোৱা সাধাৰণ নিৰ্বাচনত গুজৰাট, কৰ্ণাটক, বিহাৰ, মধ্যপ্ৰদেশকে ধৰি অন্যান্য ৰাজ্যত অৱস্থিত এই সমষ্টিসমূহৰ অধিকাংশতে জয়লাভ কৰা বিজেপিৰ বাবে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো চাপত আছে।

আজিৰ ভোটগ্ৰহণৰ বাবে দেশৰ তৃতীয় পৰ্যায়ত মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে। এই সকলো আসনতে মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰে মাজত ১২০ গৰাকী মহিলা।  আনহাতে  আজিৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটাৰৰ সংখ্যা ১১ কোটিতকৈও অধিক।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভোটদানৰ বাবে গুজৰাটৰ আহমেদাবাদৰ ৰানিপৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে একেলগে মোদীৰ লগত। আহমেদাবাদৰ ৰাণীপত ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

নিৰ্বাচন আয়োগে জনোৱা মতে, ১.৮৫ লাখ ভোটকেন্দ্ৰত ৮.৮৫ কোটি পুৰুষ আৰু ৮.৩৯ কোটি মহিলাকে ধৰি ১৭.২৪ কোটিৰো অধিক ভোটাৰক আদৰণি জনোৱাৰ বাবে প্ৰায় ১৮.৫ লাখ ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে।

আজি তৃতীয় পৰ্যায়ত যিবোৰ আসনত নিৰ্বাচন অনুষ্ঠিত হৈ আছে সেইবোৰৰ ভিতৰত গুজৰাটৰ ২৫খন, কৰ্ণাটকৰ ১৪খন, মহাৰাষ্ট্ৰৰ ১১খন, উত্তৰ প্ৰদেশৰ ১০খন, মধ্যপ্ৰদেশৰ ৯খন, ছত্তীশগড়ৰ ৭খন, বিহাৰৰ ৫খন, পশ্চিমবংগ আৰু অসমৰ ৪খনকৈ আসন লগতে গোৱাৰ ২ খন আসন।

প্ৰথম দুটা পৰ্যায়ত লোকসভাৰ ৫৪৩খন আসনৰ ভিতৰত ১৮৯খন আসনত ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচন ক্ৰমে ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব। ৪ জুনত ভোটগণনা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 Election3rd phaseelectionLok Sabhalok sabha electionVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…

অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে...

বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে

বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ' ভাইৰেল হৈ পৰিল চাৰিওফালে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.