• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…

অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…

2 years ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

9 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

36 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…

editor by editor
May 7, 2024
in ভাৰত
0
অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…

এক শিহৰণকাৰী ঘটনা , অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুৱে বন্ধুৰ ওপৰত চলালে অকথ্য নিৰ্যাচন। নিৰ্যাতন দিয়াৰ পূৰ্বে কিদৰে কৰিব নিৰ্যাতন তাৰ বাবে আৰক্ষীৰ থাৰ্ড ডিগ্ৰীয়ো চাই লয়। ৭ দিন ধৰি বন্ধক বনাই ১১ বন্ধুৱে অত্যাচাৰ চলাই সেই অত্যাচাৰৰ ৩১ টা ভিডিঅ বনাই ৰাখে।

আৰক্ষীয়ে ঘটনা পোহৰলৈ অনাৰ লগতে ৬ অভিযুক্তক আটকো কৰিছে, পাছে আন ৫ অভিযুক্ত পলাতক অৱস্থাত। আনহাতে হাস্পতালত ভৰ্তি ভুক্তভোগী ।

এই ঘটনা উত্তৰ প্ৰদেশৰ কানপুৰৰ বুলি জানিব পৰা গৈছে। ২০ হাজাৰ টকাৰ বাবেই অমানৱিয় অত্যাচাৰ চলে এজনৰ ওপৰত। নগ্ম কৰি চামৰাৰ বেল্টেৰে কোবোৱাৰ লগতে টৰ্ট লাইটাৰেৰে শৰীৰৰ বহু অংশত পুৰি দিয়ে।

তাৰোপৰি গোপন অংগত ইটা বান্ধি ওলোমাই দিয়ে। এইদৰে ৭ দিন ধৰি একেলেথাৰিয়ে অত্যাচাৰ কৰে এজনৰ ওপৰত। আৰু সেই সকলো অত্যাচাৰৰে ভিডিঅ বনাই ৰাখে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, অনলাইন খেলত এহেজাৰ টকা লগালে জিকিলে ১ লাখ টকা পাই বুলি অন্য কেইবাজনো বন্ধুক কৈছিল ভুক্তভোগীয়ে। সেয়ে ১১ বন্ধুৱে মিলি ২০ হাজাৰ টকা উঠাই দিছিল। কিন্তু খেলত পৰাজয় হোৱাৰ পাছত সেই ২০ হাজাৰ টকাও উভতাব নোৱাৰে। যাৰ বাবেই খঙতে ১১ বন্ধুৱে মিলি এইদৰে অত্যাচাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kanpursocial mediaSocial Media Viral Videouttar pradeshviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে

বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ' ভাইৰেল হৈ পৰিল চাৰিওফালে

কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.