• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

2 years ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

4 minutes ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

25 minutes ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

2 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

10 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

10 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

11 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

11 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

12 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

13 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

14 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

15 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

editor by editor
May 7, 2024
in জীৱনশৈলী, ফেশ্বন, বিনোদন
0
কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো অন্য সামগ্ৰী নহয়, এইবাৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰক চামুচ, বলিৰেখা আঁতৰাৰ লগতে কৰিব এই কাম

আমি খাদ্য খাবলৈ চামুচ ব্যৱহাৰ কৰো। কিন্তু আপুনি জানেনে যে চামুচেৰেও ছালৰ যত্ন ল’ব পাৰি। যদি আপোনাৰ হাতত ছালত মালিচ কৰিবলৈ কোনো সঁজুলি নাই, তেন্তে ইয়াৰ বাবে চামুচও ব্যৱহাৰ কৰিব পাৰে।

চামুচেৰে মালিচ কৰিলে আপুনি চেহেৰাৰ বলিৰেখা আঁতৰ কৰাৰ লগতে ছালৰ উজ্জলতা বৃদ্ধি কৰে, লগতে আন বহুতো সমস্যাৰ পৰা মুক্তি পাব পাৰে। চামুচেৰে ছালৰ যত্ন কেনেকৈ লব পঢ়ক-

বৰফৰ চামুচ ব্যৱহাৰ কৰক
চামুচখন পোনে পোনে ছালত লগাব নালাগে। এই প্ৰক্ৰিয়াটোক চামুচ ফেচিয়েল বুলি কোৱা হয়। চামুচখন গোটেই দিনটো ফ্ৰীজত ৰাখি ৰাতি শুৱাৰ পূৰ্বে চামুচেৰে ছালখন মালিচ কৰক। ইয়াৰ ফলত মুখৰ তেজ চলাচল উন্নত হয় আৰু ছালৰ লগত জড়িত প্ৰতিটো সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে ই গ্ল’য়িং ছালো দিয়ে।

ৰাতি শুৱাৰ পূৰ্বে ব্যৱহাৰ কৰক এনেদৰে-
প্ৰথমে ফেচ ৱাশ্বৰ দ্বাৰা মুখখন ভালদৰে ধুব, যাতে মুখৰ পৰা সকলো ধুলি – মলি আঁতৰি যায়। এতিয়া ইয়াৰ পিছত মুখত নাইট ছিৰাম বা মইশ্ব’ৰাইজাৰ লগাই লব। যাতে চামুচেৰে মালিচ কৰাৰ সময়ত এক মসৃণ ছাল পায়। তাৰ পিছত ফ্ৰীজত ৰখা চামুচখনত নাৰিকল তেল সানি তাৰ পিছত পিছফালৰ ফালেৰে ছালখন মালিচ কৰক।

মালিচ কেনেকৈ কৰিব?
চামুচৰ পিছফালৰ অংশৰে লঘু চাপ দি ছালত ওপৰৰ ফালে মুখ কৰি লাগে লাহে মালিচ কৰি দিব। কেৱল গালতেই নহয়, নাক আৰু তাৰ পিছত কপালত মালিচ কৰিব।পাছত ডিঙিতো চামুচেৰে মালিচ কৰিব লাগে। এই প্ৰক্ৰিয়াটো কমেও ১০ৰ পৰা ১৫ মিনিটলৈকে কৰক। মাজতে চামুচখনত পুনৰ নাৰিকল তেল সানি লব প্ৰয়োজন অনুসাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beautybeauty hacksbeauty tipshome remedies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়
জীৱনশৈলী

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

July 7, 2026
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
Next Post
এইবাৰৰ মীট গালাত কোন কোন ভাৰতীয়ই দেখুৱালে অদ্ভুত সাজ, কোনে গৌৰৱাম্বিত কৰিলে ভাৰতক

এইবাৰৰ মীট গালাত কোন কোন ভাৰতীয়ই দেখুৱালে অদ্ভুত সাজ, কোনে গৌৰৱাম্বিত কৰিলে ভাৰতক

দৈনিক ৰাশিফল- সুখ-দুখেৰে ভৰা হ’ব আজিৰ ৮ মে’ৰ দিনটো, ব্যৱসায় কৰা সকল কিছু সাৱধান

দৈনিক ৰাশিফল- সুখ-দুখেৰে ভৰা হ'ব আজিৰ ৮ মে'ৰ দিনটো, ব্যৱসায় কৰা সকল কিছু সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.