অসম লাইভ২৪ঃ
আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল HSৰ ফলাফল
এইবাৰ HSত নাই কোনোধৰণৰ শীৰ্ষ স্থান
কলা শাখাত উত্তীৰ্ণ ১৭৮৮০৬ গৰাকী শিক্ষাৰ্থী
বিজ্ঞান শাখাত উত্তীৰ্ণ ৪৮৯৫৩ গৰাকী শিক্ষাৰ্থী
বাণিজ্য শাখাত উত্তীৰ্ণ ১৫১৯৬ গৰাকী শিক্ষাৰ্থী
কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৫,৫৩২ গৰাকী শিক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী
বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৭,৩৯৩ গৰাকী শিক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ ৮,০৬২ গৰাকী শিক্ষাৰ্থী
বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫,৯১৫ গৰাকী শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী শিক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী
বিজ্ঞান শাখাত জিলিকিল তামুলপুৰ জিলা
৯৭.৯৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাৰ শীৰ্ষত তামুলপুৰ জিলা
৯৭.৬০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত শিৱসাগৰ জিলা
৯৫.৮৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত বাক্সা জিলা
৭৯.৭০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত ওদালগুৰি জিলা
বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণ হাৰ ৮৯.৮৮ শতাংশ
বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৭,৩৯৩ গৰাকী শিক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ ৮,০৬২ গৰাকী শিক্ষাৰ্থী
কলা শাখাত জিলিকিল বাক্সা জিলা
৯৭.৪৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কলা শাখাৰ শীৰ্ষত বাক্সা জিলা
৯৭.০৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা
৯৬.৫৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত দৰং জিলা
৭৪.২১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত কাছাৰ জিলা
কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৮৯.১৮ শতাংশ
কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৫,৫৩২ গৰাকী শিক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী
বাণিজ্য শাখাত উজলিল শিৱসাগৰ জিলা
৯৭.৪২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বাণিজ্য শাখাৰ শীৰ্ষত শিৱসাগৰ জিলা
৯৬.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত বজালী জিলা
৯৫.৮৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত চৰাইদেউ আৰু বাক্সা জিলা
৬১.৩৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত ধুবুৰী জিলা
বাণিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৮৭.৮০ শতাংশ
বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৫,৯১৫ গৰাকী শিক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী শিক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ