• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা

কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা

2 years ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

8 minutes ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

44 minutes ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

1 hour ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

2 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

3 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

3 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

5 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

5 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

6 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

9 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা

কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা

editor by editor
May 10, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
কাৰাগাৰত ৫০ দিন, বাহিৰলৈ আহিলেও কেজৰিৰ বাবে আছে কেইবাটাও নিৰ্দেশনা
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ত অন্তবৰ্তী জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ ১ জুন, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ শেষ দফা পৰ্যন্ত কাৰাগাৰৰ বাহিৰত থাকিব পাৰিব কেজৰি৷ ২জুনত তেওঁ আকৌ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব৷ দিল্লীৰ আৱকাৰী দুৰ্নীতিকাণ্ডত বিগত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিক৷ তাৰ পিছৰে পৰাই বিগত ৫০ দিন কাৰাগাৰত আছিল কেজৰি৷

কেনে আছিল কাৰাগাৰৰ ৫০ দিন?

আৱকাৰী দুৰ্নীতিৰ গোচৰত ২১ মাৰ্চৰ নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আপ প্রধান কেজৰিৱালক৷ তাৰ পূৰ্বে তেওঁক ৯বাৰকৈ তলব কৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই৷ কিন্তু তেওঁ হাজিৰ হোৱা নাছিল৷ ২১ মাৰ্চৰ নিশা ৭ বজাত তেওঁৰ ঘৰত উপস্থিত হয় ইডিৰ দল৷ প্ৰায় দুঘণ্টা সময় তালাছি অভিযান চলোৱাৰ অন্তত জব্দ কৰে কেজৰিৰ মোবাইল ফোন৷ তাৰপাছতেই নিশা ৯ বজাত গ্ৰেপ্তাৰ কৰে কেজৰিক৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ চৌদিশে ১৪৪ ধাৰাও জাৰি কৰা হয়৷ ২২ মাৰ্চত কেজৰিক দিল্লীৰ ৰাউছ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়৷ দিল্লীৰ মুখ্যমন্ত্ৰীক ১০ দিনৰ বাবে নিজৰ হেফাজতত ৰখাৰ আৱেদন কৰে ইডিয়ে৷ আদালতত হাজিৰ কৰাবলৈ লৈ যোৱাৰ মুহূৰ্তত কেজৰিয়ে কৈছিল কেইটামান শব্দ৷ কেজৰিয়ে কৈছিল, ‘মোৰ জীৱন দেশৰ প্ৰতি নিবেদিত৷’ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কেজৰিয়ে কৈছিল, ‘কাৰাগাৰৰ ভিতৰৰ পৰাই মই মানুহৰ বাবে সেৱা কৰি যাম৷’

কেজৰিৰ গ্ৰেপ্তাৰৰ পাছতেই ইডিয়ে স্পষ্টৰূপত জনাইছিল যে, কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ কিংপিন৷ ইডিয়ে লগতে উল্লেখ কৰিছিল যে কেজৰিক প্ৰতিৰোধ আইনৰ ধাৰা মানিয়েই কেজৰিক গ্ৰেপ্তাৰ কৰা হৈছে৷ আপ প্রধানৰ জামিনৰ বিৰোধিতা কৰি ইডিয়ে লগতে কয়, ‘কেজৰিয়ে আৱকাৰী দুৰ্নীতিৰ ধন নিৰ্বাচনত লগাইছে৷’ কেজৰিৱালক ৭ দিনৰ ইডিৰ হেফাজতত থকাৰ নিৰ্দেশ দিয়ে আদালতে৷ ২৮ মাৰ্চ পৰ্যন্ত ইডিৰ হেফাজতত থাকে কেজৰি৷ তাৰপিছতেই কেজৰিৰ ঠিকনা হয় তিহাৰ জে’ল৷

ইডিৰ গ্ৰেপ্তাৰীক চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কেজৰিৰ অধিবক্তা৷  সেই গোচৰৰ শুনানি ঠিক হয় বিচাৰপতি সঞ্জীৱ খান্নাৰ নেতৃত্বাধীন ছুপ্ৰীম কৰ্টৰ বিশেষ বেঞ্চত৷ শুনানিৰ পূৰ্বেই গোচৰ প্ৰত্যাহাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে৷ গ্ৰেপ্তাৰ হ’লেও কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা নিদিলে আপ প্ৰধানে৷ বৰং কেজৰীৰ দলৰ তৰফৰ পৰা জনোৱা হয় যে কেজৰিয়ে মুখ্যমন্ত্ৰী থাকিব৷ দেশৰ ইতিহাসত কেজৰিয়েই প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতেই গ্ৰেপ্তাৰ হৈছে৷

এইসকলোক লৈ শেহতীয়াকৈ ছুপ্ৰিম কৰ্টৰ প্ৰশ্নৰ সন্মুখীন হৈছে ইডি৷ গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীয় খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বেঞ্চে ইডিৰ পৰা এই গ্ৰেপ্তাৰৰ সঠিক তথ্য বিচাৰে৷ কেজৰি গোচৰৰ শুনানি চলি থকাৰ সময়তে ৮মেত ছুপ্ৰীম কৰ্টে জনাইছিল কেজৰিৰ ওপৰত জাপি দিয়া গোচৰ সাধাৰণ গোচৰ নহয়৷ তাৰপাছতেই কেজৰিৰ অন্তবৰ্তীকালীন জামিনৰ আবেদন গ্ৰহণ কৰে কেজৰিয়ে৷

কেজৰিৱাল এজন জনপ্ৰতিনিধি৷ তেওঁ নিৰ্বাচন জিকিছে৷ নিৰ্বাচনী প্ৰচাৰত তেওঁ প্ৰয়োজনীয়তা আছে৷ কেজৰিৰ জামিনৰ বিৰোধীতা কৰি ইডিয়ে আদালতত জনাই যে ফৌজাদাৰী গোচৰত ধৃত সকলো সমান৷ তেওঁ যিয়েই নহওক৷ কেজৰিক জামিন দিলেই ভুল বাৰ্তা যাব৷ শেষত শুকুৰবাৰে আপ দলে এৰিছে সাময়িক স্বাস্তিৰ নিশ্বাস৷ চলিত লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবৰ বাবে আদালতে তেঁওক অন্তবৰ্তীকালিন জামিন প্ৰদান কৰিছে৷ অৱশ্যে নিৰ্বাচনী প্ৰচাৰত ভাগ ল’লেও মুখ্যমন্ত্ৰী হিচাপে কোনো ফাইলত তেওঁ ছহী কৰিব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?
জীৱনশৈলী

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

July 8, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
Next Post
শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

শনিবাৰে এই ফুলেৰে শনি দেৱতাৰ পূজা আগবঢ়াওক, শনিক তুষ্ট কৰিবলে এপাহ ফুলেই যথেষ্ট

কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.