এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হব, ওজন বৃদ্ধিতো ৰোধ কৰিব
আমাৰ চৌপাশে বিভিন্ন ধৰণৰ ঔষধী গুণ বিশিষ্ট উদ্ভিদ পোৱা যায়। যি আমাৰ শৰীৰৰ বাবে অতি লাভ দায়ক। ভগৱান শিৱৰ প্ৰিয় ধতুৰা অতিকে উপকাৰী।
এই ঔষধি উদ্ভিদে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে শাৰীৰিক শক্তিৰ লগতে এই ঔষধে কটা-ছিঙা, ঘাঁ আদি অতি তীব্ৰতাৰে ভাল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আমি চিকিৎসকৰ তত্বাৱধান আৰু পৰামৰ্শ লৈহে এই ঔষধ ব্যৱহাৰ কৰা উচিত।
পুৰুষৰ ক্ষেত্ৰত চুলি সৰি তপা হোৱা সমস্যা আঁতৰ কৰে এই ধতুৰাৰ গছে। ইয়াক সেৱন কৰিলে আমাৰ শৰীৰটো অতি ভাল আৰু সুস্থ হৈ থাকে। ইয়াক ভগৱান শিৱৰ প্ৰসাদ বুলিও গণ্য কৰা হয়। যিটো ভগৱান শিৱক অৰ্পণ কৰা হয়।
বেঙুনীয়া ধতুৰা আয়ুৰ্বেদিক আৰু ধৰ্মীয় কামত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় আৰু হাঁপানী , কাহ আৰু চৰ্দি আৰু বিষা বেমাৰৰ চিকিৎসাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়।
অৱশ্যে কোনোদিনে ভুলতো কেঁচা ধতুৰাৰ ব্যৱহাৰ নকৰিব। সদায়ে শুকান গুটি বা ফল ব্যৱহাৰ কৰিব। কেঁচা ধতুৰাত বিষাক্ত পদাৰ্থ মজুত থাকে। সেয়ে চিকিৎসকৰ পৰামৰ্শ লৈ শুকান পাত-ফল ব্যৱহাৰ কৰিব।
ইয়াক ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়
ধতুৰাৰ ফল, ফুল আৰু পাতৰ লগতে সকলো বস্তু ব্যৱহাৰ কৰা হয়। যিটো শৰীৰৰ বাবে উপকাৰী আৰু ইয়াৰ পাতবোৰে ঘাঁ ভাল হোৱাতো সহায়ক। মেদবহুলতা হ্ৰাস কৰে আৰু শাৰীৰিক ক্ষমতা শক্তিশালী কৰে। কিন্তু আমি চিকিৎসকৰ পৰামৰ্শ মতে এই ঔষধ ব্যৱহাৰ কৰা উচিত কাৰণ ইয়াৰ উপকাৰিতাৰ লগতে ইয়াৰ পাৰ্শ্বক্ৰিয়াও যথেষ্ট বেছি। গতিকে আমি এই ঔষধ কেৱল চিকিৎসকৰ তত্বাৱধানতহে ব্যৱহাৰ কৰা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ