• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

2 years ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

50 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

1 hour ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

2 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

4 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

18 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

19 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

19 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

20 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

editor by editor
May 20, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লংকাৰ ৰজাৰ আছিল ১০ টা মূৰ৷ আপুনি,মই তেনে ভাগ্যৱান নহয়৷ আমাৰ এটাই মূৰ৷ এটা মূৰেৰেই আমি সকলোবোৰ কাম সূচাৰুৰূপে কৰিব লাগে৷ মূৰত চাপ বৃদ্ধি পাব ধৰিছে সেয়ে বহুজনৰ৷ বহুজনে আকৌ চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিছে৷ শেহতীয়াকৈ বিজ্ঞানীয়ে চাপ কমোৱাৰ উপায় বিচাৰি বিভিন্ন গৱেষণা চলাইছে৷ বিজ্ঞানীৰ গৱেষণা সফল হোৱাৰ দিশেৰেও৷ শেহতীয়াকৈ পশ্চিমীয়া দেশত চলিছে ছেকেণ্ড ব্ৰেইনৰ পৰীক্ষা৷

ব্ৰেইনৰ অপাৰেছন নকৰাকৈয়ে ছেকেণ্ড ব্ৰেইন কেনেকৈ শৰীৰত ইনষ্টল কৰিছে বিজ্ঞানীয়ে? এই বিষয়টোক বহুতে মানি ল’ব নুখুজিলেও প্ৰায় কেইখন প্ৰথম বিশ্বৰ দেশত ইয়াৰ সফল পৰীক্ষণ সম্পন্ন হৈছে৷ ছেকেণ্ড ব্ৰেইন কোনো চিপো নহয়৷ এয়া প্ৰকৃততে এক প্ৰকাৰৰ ডিজিটেল নথি৷ এয়া এনে এক সামগ্ৰী যিয়ে কোনো ডকুমেণ্ট বা ছবি ষ্টোৰ কৰি ৰাখিব পাৰে কমেও ৫০০ বছৰৰ বাবে৷

সকলো কথাই মনত ৰখা সম্ভৱ জানো! কোনোবাই কিবা পুৰণি কথা সুধিলে আমাৰ প্ৰত্যেকৰ উত্তৰ প্ৰায় এয়াই হয়৷ জন্মদিন, ফোন নম্বৰ, বিবাহ-বাৰ্ষিকী, বজাৰৰ লিষ্ট, পাছৱৰ্ড, অফিচ ৱৰ্ক ইত্যাদি ইত্যাদি৷ ইমান কথা মূৰত ৰখা সম্ভৱো নহয়৷ কিন্তু এতিয়াৰে পৰা এয়া একেবাৰেই সহজ কথা হৈ পৰিছে৷ ছেকেণ্ড ব্ৰেইনেই এইসমূহ কথা ছেভ কৰিব ৰাখিব৷ বিচাৰিলেই কোনো তথ্য ছেকেণ্ড ব্ৰেইনে যোগান ধৰিব আপোনাক৷

কেনেকৈ কাম কৰিব ছেকেণ্ড ব্ৰেইনে?

বিশেষজ্ঞসকলে দাবী কৰিছে যে এয়া এক ক্লাউড বেছড ডাটা ষ্টৰেজ চিষ্টেম৷ এপৰ মাধ্যমেৰে এয়া এক্টিভেট হয়৷ এপ ডাউনলড হ’লেই ছেকেণ্ড ব্ৰেইনে কাম কৰা আৰম্ভ কৰে৷ বিভিন্ন ছবি আৰু ডাটা ষ্টোৰ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰবাবে অৱশ্যে আপুনি কিছু ধন ব্যয় কৰিব লাগিব৷ মাহিলী ৫৬০টকাকৈ ধন খৰচ কৰিব লাগিব আপুনি৷ এয়া এক প্ৰকাৰৰ হিউমেন মেমৰি৷ বিজ্ঞানীৰ দাবী যে এই ছেকেণ্ড ব্ৰেইন ডাটা ষ্টোৰে এজন মানুহৰ মেমৰি সমূহ ধৰি ৰাখে৷ একেবাৰে মানৱ মগজুৰ দৰেই এই মেমৰীয়ে কাম কৰে৷

আপুনি কেনেকুৱা ছেকেণ্ড ব্ৰেইন বিচাৰে সেয়া নিজেই বাচনি কৰিব লাগিব৷ প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব লাগিব বিশেষ এপ৷ নোছন, এভাৰনোট, ৱান নোট, অবচিডিয়ানৰ দৰে এপ আছে ছেকেণ্ড ব্ৰেইনৰ৷ এইসমূহ এপতেই ক্লাউড ডাটা ষ্টোৰ হ’ব৷ ছেকেণ্ড ব্ৰেইনক লৈ প্ৰথমে পৰীক্ষা চলিছিল ২০০৮ চনত৷ বিজ্ঞানীয়ে তেতিয়া কৈছিল এই এপ ডেভেলপ হ’লে মস্তিষ্কৰ কাম শেষ হৈ যাব৷ প্ৰধানকৈ নতুন নতুন চিন্তা-ভাৱনা কৰা কমি আহিব৷ মনত ৰাখিবৰ বাবেও অন্য ব্যৱস্থা থাকিলে মানুহৰ ব্ৰেইনে কাম কৰা এৰিব৷

ছেকেণ্ড ব্ৰেইন ডিজিটেল ডিভাইছৰ সৈতে একেই নেকি?

বিজ্ঞানীয়ে জনাইছে যে ছেকেণ্ড ব্ৰেইনৰ আই কিউ ভাল৷ নিজৰ বুদ্ধিৰে চলিব পাৰে৷ কি কি তথ্য আপুনি ষ্টোৰ কৰা উচিত সেই বিষয়েও নিয়মিত মোবাইলত আপোনাক এলাৰ্ট দি থাকিব এই ছেকেণ্ড ব্ৰেইনে৷ সমীক্ষাই কৈছে যে গড়ে এজন মানুহৰ ব্ৰেইনৰ পৰা ৩০ৰ পৰা ৫০টা তথ্য নিজে নিজেই ডিলিট হৈ যায়৷ আইনষ্টাইনৰ দৰে যিসকলৰ আইকিউ তেওঁলোকৰ অৱশ্যে ডিলিট হোৱাৰ সমস্যা কম৷ দ্ৰুতভাৱে ফোন নম্বৰ পাহৰি যোৱা, পাছৱাৰ্ড, ব্যক্তিৰ পৰিচয় পাহৰা, বেংক আইডি পাহৰা আদি সাধাৰণ মানুহৰ সদায়ে হোৱা সমস্যা৷ সেই সমস্যাৰ সমাধানৰ বাবেই বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি উলিয়াইছে এই ছেকেণ্ড ব্ৰেইন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক
জীৱনশৈলী

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

June 21, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Next Post
‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

নৰ্তকীসকল শিল্পৰ পূজাৰী, চিলিণ্ডাৰৰ বাবে শাৰী পতা নাৰীৰ প্ৰতি মোৰ মুঠেও আকৰ্ষণ নাইঃ সঞ্জয় লীলা ভাঞ্চালী

নৰ্তকীসকল শিল্পৰ পূজাৰী, চিলিণ্ডাৰৰ বাবে শাৰী পতা নাৰীৰ প্ৰতি মোৰ মুঠেও আকৰ্ষণ নাইঃ সঞ্জয় লীলা ভাঞ্চালী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.