• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

2 years ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

35 minutes ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

1 hour ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

2 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

2 hours ago
ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

3 hours ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

4 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

4 hours ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

4 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

5 hours ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

6 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

7 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

editor by editor
May 20, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, স্বাস্থ্য
0
‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত তৈয়াৰ হোৱা কৰ’না টিকা কভাক্সিনৰ দীৰ্ঘম্যাদি পাৰ্শ্বপ্ৰতিক্ৰিয়া সংক্ৰান্তীয় অভিযোগ খাৰিজ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ‘ইণ্ডিয়ান  কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ(ICMR)য়ে৷ এই বিষয়টোক লৈ তেওঁলোকে টাৰ্গেট কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক৷  কাৰণ সেই বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সংক্ৰান্তীয় গৱেষণাৰ অন্তত এটা ৰিপৰ্ট দাঙি ধৰিছিল৷

সোমবাৰে ICMRৰ ডাইৰেক্টৰ ৰাজীৱ বহালে কয়, ‘যি পদ্ধতিত তথ্য সংগ্ৰহ আৰু গৱেষণাৰ কাম চলোৱা হৈছে তাত গুৰুতৰ ত্ৰুটি আছে৷ তেওঁলোকৰ দাবী, একতৰফীয়া তথ্য সংগ্ৰহ কৰি বিএইছইউৰ গৱেষকে কভাক্সিন লোৱা ব্যক্তিৰ দেহৰ দীৰ্ঘম্যাদি প্ৰতিক্ৰিয়াৰ কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে সেই সময়সীমাৰ মাজত কভাক্সিন নোলোৱা ব্যক্তি পৰা কোনো তথ্যই সংগ্ৰহ কৰা নাই৷ শাৰীৰিক সমস্যাক লৈ কোনো তুলনামূলক পৰিসংখ্যা দাঙি কৰা নাই৷’ ইয়াৰ বাবে বিএইছইউৰ গৱেষকসকলে ক্ষমাপ্ৰাৰ্থনাৰ দাবীও কৰিছে ৰাজীৱ বহালে৷

বিএইছইউৰ গৱেষকসকলে পেছ কৰা ৰিপৰ্টত কোৱা কৈছে যে, কভাক্সিন যিসকলে লৈয়ে তেওঁলোকৰ ৯২৬ জনৰ ওপৰত এবছৰ পৰ্যবেক্ষণ চলোৱা হৈছিল৷ বিজ্ঞানীসকলৰ দাবী, এওঁলোকৰ মাজত ৩০শতাংশৰ দেহত শ্বাসকষ্টৰ পৰা আৰম্ভ কৰি চৰ্মৰোগ, ষ্ট্ৰোক, গিলান বাৰি ছিণ্ড্ৰম আৰু মূৰত তেজ জমা হোৱা আদি পাৰ্শ্বক্ৰিয়াই দেখা দিছে৷ এই অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় এডভাৰ্ছ ইভেণ্ট অৱ স্পেছিয়েল ইণ্টাৰেষ্ট বা এইএছআই৷ ইয়াৰোপৰি মহিলাসকলৰ মাজত ঋতুস্ৰাৱজনিত নানান জটিলতাইয়ো দেখা দিছে৷ ভাৰতত কভিড ১৯ৰ মোকাবিলাত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দুটা কভাক্সিন টিকা দিয়া হৈছিল দেশবাসীক৷ বিএইছইউৰ গৱেষকে জনোৱা অনুসৰি সমীক্ষাত অংশ লৈছিল ৬৩৫ জন নাৱালক আৰু ২৯১ জন প্ৰাপ্তবয়স্কই৷

গৱেষণাৰ অন্তৰ্ভুক্ত ৬৩৫ জনৰ ৪.৭ শতাংশ কিশোৰ-কিশোৰীৰ মাজত স্নায়ুৰোগ, ১০,৫ শতাংশ কিশোৰ-কিশোৰীৰ মাজত চৰ্মৰোগ আৰু ১০.২ শতাংশ কিশোৰ-কিশোৰীৰ নানান শাৰীৰিক সমস্যাই দেখা দিছে৷ ইয়াৰোপৰি ২৯১ জন প্ৰাপ্তবয়স্কৰ মাজত সাধাৰণ ব্যাধিত আক্ৰান্ত হৈছে ৮.৯ শতাংশ লোক৷ পেশী আৰু হাড়ৰ সমস্যাই দেখা দিছে ৫.৮ শতাংশৰ মাজত আৰু স্নায়ুৰোগৰ আক্ৰান্ত হৈছে ৫.৫ শতাংশ৷

ইয়াৰোপৰি গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা গৈছে কভাক্সিন লোৱা মহিলাসকলৰ ক্ষেত্ৰত৷ গৱেষণাত অংশগ্ৰহণকাৰীৰ ৪.৬শতাংশ মহিলাৰ দেহত ভেকছিনৰ প্ৰভাৱত ঋতুস্ৰাৱজনিত নানান সমস্যাই দেখা দিছে৷ ইয়াৰোপৰি ২.৭শতাংশ মহিলাৰ চকুৰ সমস্যাই দেখা দিছে৷ ০.৬ শতাংশৰ মাজত হাইপথাইৰয়েডিজমৰ সমস্যাই দেখা দিছে৷ ০.৩ শতাংশৰ ষ্ট্ৰোক আৰু ০.১ শতাংশৰ মাজত গিলান বাৰি ছিণ্ড্ৰমে দেখা দিছে৷ এয়া এক বিৰল ৰোগ যাৰ প্ৰভাৱত দেহৰ অংগসমূহ ধীৰে ধীৰে অক্ষম হৈ উঠে৷

সম্প্ৰতি অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ-ছুইডিছ ঔষধ প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাই তৈয়াৰ কৰা প্ৰতিষেধক এজেডডি ১২২২ৰ(ভাৰতীয় নাম কভিছিল্ড)ৰ বিৰুদ্ধেও অভিযোগ উঠিছিল যে এই টিকাই বহু মানুহৰ ক্ষতি কৰিছে আনকি বহুলোকে প্ৰাণো হেৰুৱাইছে৷ একাধিক গোচৰো তৰা হৈছে এই সংস্থাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই এই প্ৰতিষেধক বিক্ৰীত নিষেধাজ্ঞাও অনা হৈছে৷ কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া থকাৰ কথাও স্বীকাৰ কৰি লৈছে সেই সংস্থাটোৱে৷ সংস্থাই জনাইছে এ তেঁওলোকে তৈয়াৰ কৰা প্ৰতিষেধকৰ কাৰণে বিৰল ৰোগ থ্ৰম্বোচিচ উইথ থ্ৰম্বোচাইটোপেনিয়া ছিনড্ৰমত আক্ৰান্ত হোৱাৰ আশংকা আছে৷ এই ৰোগত আক্ৰান্ত হ’লে তেজত অনুচক্ৰিকাৰ পৰিমাণ কমি যায় আৰু তেজ গোট মাৰিব ধৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
জীৱনশৈলী

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

May 22, 2026
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ
জীৱনশৈলী

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

May 22, 2026
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি
জীৱনশৈলী

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

May 22, 2026
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?
জীৱনশৈলী

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

May 22, 2026
Next Post
নৰ্তকীসকল শিল্পৰ পূজাৰী, চিলিণ্ডাৰৰ বাবে শাৰী পতা নাৰীৰ প্ৰতি মোৰ মুঠেও আকৰ্ষণ নাইঃ সঞ্জয় লীলা ভাঞ্চালী

নৰ্তকীসকল শিল্পৰ পূজাৰী, চিলিণ্ডাৰৰ বাবে শাৰী পতা নাৰীৰ প্ৰতি মোৰ মুঠেও আকৰ্ষণ নাইঃ সঞ্জয় লীলা ভাঞ্চালী

তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

তেওঁলোকে ৰাজীৱ গান্ধীক শেষ কৰিলে, অপৰাধীৰ সন্তানকে ছোনীয়া গান্ধীয়ে কিয় সুনাগৰিক হিচাপে গঢ়ি তুলিলে? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.