• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

2 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

19 minutes ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

52 minutes ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

1 hour ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

3 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

3 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

4 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

5 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

5 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

6 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

7 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

8 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

editor by editor
May 22, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ
0
SHARES
587
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

কাইলৈ ২২ মে’ তাৰিখে বুদ্ধ পূৰ্ণিমা অথবা বহাগ পূৰ্ণিমা। বহাগ পূৰ্ণিমাৰ দিনা গৌতম বুদ্ধৰ জন্ম হৈছিল। সেইবাবেই এই দিনটোত ‘বুদ্ধ পূৰ্ণিমা’ পালন কৰা হয়। লগতে এই বহাগ পূৰ্ণিমাতে ভগৱান বিষ্ণুৱে কুৰ্ম অৱতাৰ ৰূপ ধাৰণ কৰিছিল।

যাৰ বাবে এই একেটা দিনতে কুৰ্ম জয়ন্তীয়ো পালন কৰা হয়। বাস্তু শাস্ত্ৰ অনুসৰি, বহাগ মাহৰ এই দিনটোত ঘৰলৈ কাছৰ ফটো নাইবা মূৰ্তি আনিলে ধনে ধানে শ্ৰী বৃ্দ্ধি হয়।

বাস্তু শাস্ত্ৰ অনুসৰি, এই পূৰ্মিমাৰ দিনা ঘৰলৈ বিশেষকৈ কোনো ধাতু নাইবা গ্লাছৰ কাছ আনিলে অধিক শুভ। গতিকে এইদৰে কাচ আনি ঘৰৰ উত্তৰ দিশত ৰাখিব লাগে। এনেদৰে কৰিলে ধনৰ আগমন হয়।

যদি আপুনি ব্যৱসায়ী তেন্তে আপোনাৰ দোকান নাইবা ফেক্টৰীৰ মূল প্ৰৱেশদ্বাৰত কাছৰ ফটো লগাব পাৰে। মান্যতা অনুসৰি এনে কৰিলে কোনোদিনে লোকচানৰ সন্মুখিন নহয়।

যদিহে আপুনি নতুনকৈ কোনো ব্যৱসায় আৰম্ভ কৰিছে তেন্তে দোকান নাইবা ফেক্টৰীত ৰূপৰ কাছ থব পাৰে। এনে কৰিলে বেয়া দৃষ্টি আঁতৰ হয় লগতে সফলতাৰ দ্বাৰ মুকলি হয়।

কেৰিয়াৰত উন্নতিৰ বাবে কাৰ্যালয়ৰ টেবুলত উত্তৰ দিশত ক’লা ৰঙৰ কাছৰ মূৰ্তি ৰাখিব পাৰে। ই আপোনাক সদায়ে শুভ ফল প্ৰদান কৰিব।

কেৱল এটা কথা মন কৰিব, ঘৰ অথবা কাৰ্যালয় নাইবা দোকানত কাছ ৰখাৰ ক্ষেত্ৰত সদায়ে উত্তৰ দিশত ৰাখিব। লগতে বিশেষভাৱে মন কৰিব যাতে এনেদৰে থলে কাছৰ মুখ সদায়ে ভিতৰৰ ফালে হয়। মান্যতা অনুসৰি, এনেদৰে কৰিলে হে ভাল তথা শুভ ফল লাভ হয় ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Buddha PurnimaFull Moon DayKurma Avtar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
Next Post
পুণৰ আহিছে কৰ’ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু…

পুণৰ আহিছে কৰ'ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু...

জন্মতে মাতৃক হেৰুৱাই, ১২ বছৰত পিতৃক, অনাথ হৈ পৰাত খুৰিয়েকে কৰে বিক্ৰী, পাছলৈ দেশৰ ৰাণী

জন্মতে মাতৃক হেৰুৱাই, ১২ বছৰত পিতৃক, অনাথ হৈ পৰাত খুৰিয়েকে কৰে বিক্ৰী, পাছলৈ দেশৰ ৰাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.