• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

2 years ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

22 minutes ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

49 minutes ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

1 hour ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

2 hours ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

2 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

3 hours ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

3 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

4 hours ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

4 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

4 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

5 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

editor by editor
May 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰক্ষণশীলতাৰ পৰা লাহে লাহে নিজেই ওলাই আহিছে ছৌদী আৰৱ৷ এটাৰ পাছত আনটো ঐতিহ্যগত মৌলবাদী ইছলামী আইন পৰিবৰ্তনৰ গতি তৰাম্বিত কৰিছে মক্কা আৰু মদিনাৰ দেশ ছৌদীয়ে৷ ছৌদী আৰৱৰ বৰ্তমান ক্ৰাউন প্ৰিন্স মহম্মজ বিন ছলমানৰ হাতত ধৰি এটাৰ পাছত আনটো নিয়মৰ বেৰ ভাঙি ওলাই আহিছে ছৌদী৷

সেয়া লাগে বিশ্ব সুন্দৰীৰ প্ৰতিযোগীতাত নিজৰ দেশৰ প্ৰতিযোগী পঠিয়াই হওক কিংবা প্ৰথম বাৰৰ বাবে দেশৰ মাটিত ছুইমিং কষ্টিওমৰ RAMP শ্ব’ অনুষ্ঠিত কৰাই হওক৷ এইবাৰ আধুনিকতাৰ তালিকাত ছৌদীত নতুন সংযোজন হ’ল নাইট ক্লাব৷ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ প্ৰচেষ্টাতেই তৈয়াৰ হৈ উঠিছে এই নাইট ক্লাব৷ পাৰ্টী প্ৰেমী তৰুণসকলক আকৃষ্ট কৰিবৰ বাবেই প্ৰথমখন নাইট ক্লাব মুকলি কৰা হৈছে ৰাজধানী ৰিয়াধত৷

ছৌদী আৰৱৰ প্ৰথম নাই ক্লাবটোৰ নাম দিয়া হৈছে ‘নিউ লাইফ’৷ ৰাজধানী ৰিয়াধত এই নাইট ক্লাবটো দ্যা বিষ্ট হাউছ নামেৰে পৰিচিত৷ এই নাইট ক্লাবত প্ৰৱেশ কৰাটো মদ্যপায়ীসকলৰ বাবে কিন্তু সহজ নহয়৷ ছৌদীৰ এই নাইট ক্লাবত অত্যন্ত বিলাসবহুল ইণ্টেৰিয়ৰ তৈয়াৰ কৰা হৈছে৷ ইয়াৰোপৰি বিলাসবহুল সুবিধাও দিয়া হৈছে৷ এই নাইট ক্লাবৰ গৰাকীৰ আশা যে এই ক্লাব শিল্প আৰু সংগীতৰ কেন্দ্ৰ হৈ উঠিব৷ এই নাইট ক্লাবটোত আছে কেইবাটাও ষ্টুডিঅ’৷ ইয়াৰোপৰি আছে ডাইনিং এৰিয়াও৷  ডিজে আৰু সংগীত প্ৰযোজকসকলেও এই নাইট ক্লাবত অনুষ্ঠান কৰিব৷ ছৌদীয়ে এই নাইট ক্লাবলৈ বিদেশীসকলক আমন্ত্ৰণ জনাইছে৷ বিদেশী পৰ্যটকসকলৰো এই ক্লাব পছন্দৰ হ’ব বুলি দাবী কৰিছে নাইট ক্লাবৰ গৰাকীয়ে৷

কাৰণ বৰ্তমানলৈকে ছৌদী আৰৱৰ কোনো স্থানতেই বিদেশীসকলে কোনো পাৰ্টী কৰিব নোৱাৰে৷ ছৌদী আৰৱত ডিজে নাইটৰ ক’তোৱেই অনুমতি নাই৷ কোনোৱে ডিজে নাইটৰ আনন্দ ল’ব খুজিলে দেশৰ বাহিৰলৈ যাব লাগে৷ ছৌদীৰ ডিজে বজোৱা বহু বেণ্ডে এই খবৰৰ অন্ততেই নিজৰ প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে৷ তেঁওলোকৰ মত, ‘আমি আজি অত্যন্ত সুখী৷ আমাৰ দেশত ক্লাব এটা হৈছে৷ এই ক্লাব আমাৰ বাবে পৃথিৱী৷ অৱশেষত আমি আমাৰ দেশত আমাৰ সংগীত দক্ষতা প্ৰদৰ্শন কৰিব পাৰিম৷’

এই নাইট ক্লাবত প্ৰৱেশ কৰাটো অৱশ্যে খুব এটা সস্তা নহ’ব৷ ছৌদীৰ প্ৰথম নাইট ক্লাৱত প্ৰৱেশ কৰিবলৈ হ’লে এই ক্লাবৰ সৰ্বনিম্ন বাৰ্ষিক সদস্য ফি হিচাপে দিব লাগিব ১ লাখ ৭১ হাজাৰ টকা৷ কেৱল সেয়াই নহয়, অত্যধিক সুবিধা বিচাৰিলে ২ লাখ ৫১ হাজাৰ টকা দিব লাগিব মেম্বাৰচিপৰ বাবে৷ পূৰ্বৰ বাধা নিষেধ আঁতৰাই এই ক্লাৱত সোমাবলৈ দিয়া হ’ব  মহিলাকো৷ সেই দেশৰ মহিলাৰ বাবে এয়া এক নতুন জীৱনৰ দৰে৷ একাংশ মহিলাৰ মত, ‘এইয়া আমাৰ নতুন জীৱন৷ আমি জীয়াই উঠিছো৷’

ছৌদী আৰৱ এখন ইছলামিক দেশ হোৱাৰ বাবে ইয়াত মদ একেবাৰেই নিষিদ্ধ৷ সেয়ে এই নাইট ক্লাবত মদ নিষিদ্ধ কৰা হৈছে৷ কেৱল সেয়াই নহয় কোনোৱে তাত মদ খাই প্ৰৱেশ কৰিলেও তেওঁলোকক বিহা হ’ব মোটা অংকৰ জৰিমনা৷ এই নাইট ক্লাবত অতিথিক মদৰ পৰিবৰ্তে মকটেইল দিয়া হ’ব৷ উল্লেখ্য যে ছৌদীত ১৯৫০ চনৰ পৰা এলকহল ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷ ছৌদীত অৱশ্যে শেহতীয়াকৈ বিদেশী দূতাবাসৰ বাবে এখন ৱাইন শ্বপ খোলাৰ অনুমতি দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

May 5, 2026
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

May 5, 2026
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ
জীৱনশৈলী

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

May 5, 2026
Next Post
শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.