• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে…

2 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

46 minutes ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

1 hour ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

2 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

3 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

4 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

5 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে…

editor by editor
June 2, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে…
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে…

বৰ্তমানে বটলত ভৰোৱা পানী আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, ঘৰৰ পৰা কৰ্মস্থলী, ভ্ৰমণ সকলোতে ব্যৱহাৰ প্লাষ্টিক বটল। আমি কোনো চিন্তা নকৰাকৈ ব্যৱহাৰ কৰি আছো এই বটল বোৰ। পাছে এই পানী শৰীৰৰ বাবে উপকাৰী হোৱাৰ সলনি বিষ হিচাপেহে ধৰা দিছে।

এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি, এক লিটাৰ বটলত ভৰোৱা পানীত প্ৰায় ২.৪০ লাখ মিহি প্লাষ্টিকৰ টুকুৰা থাকে, যি স্বাস্থ্যৰ বাবে গুৰুতৰ আৰু মাৰাত্মক বিপদ হ’ব পাৰে ।

বটলৰ পানী যেতিয়া সূৰ্যৰ পোহৰ বা তাপৰ সংস্পৰ্শলৈ আহে তেতিয়া এই ৰাসায়নিক পদাৰ্থবোৰ পানীত দ্ৰৱীভূত হৈ শৰীৰৰ ভিতৰলৈ গৈ ক্ষতি কৰে। ইয়াৰ উপৰিও প্লাষ্টিক কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু ক্লৰাইডৰ দ্বাৰা তৈয়াৰ কৰা হয়, যিটো বিপিএ প্লাষ্টিকৰ পানীৰ বটল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

প্লাষ্টিকৰ বটলত খোৱা পানী কিমান বিপদ?

১) ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ বাবে বিপদ:
হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ গৱেষণা অনুসৰি পলিকাৰ্বনেটৰ বটলৰ পানীত বিচফেনল এ ৰাসায়নিক পদাৰ্থ থাকে, যিটো শৰীৰত প্ৰৱেশ কৰিলে হৃদৰোগ আৰু ডায়েবেটিছৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰিব পাৰে।

২) প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰে:
প্লাষ্টিকৰ বটলত বিপিএ আৰু ফেটলেটছ ৰাসায়নিক পদাৰ্থ থকা পানী খোৱাটোৱে প্ৰজনন ক্ষমতাত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। এই পানী খালে হৰম’নৰ ভাৰসাম্যতাও বিঘ্নিত হ’ব পাৰে। ইয়াৰ বাবে বন্ধ্যাত্বৰ দৰে সমস্যাও হ’ব পাৰে।

৩) কৰ্কট ৰোগৰ আশংকাঃ
বিশেষজ্ঞসকলৰ মতে প্লাষ্টিকৰ বটলত পানী খালে বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত স্তন আৰু মগজুৰ কৰ্কট ৰোগ হ’ব পাৰে। প্লাষ্টিক পলিথিনত ৰখা গৰম খাদ্য খোৱা বা খোৱাটোৱে কেন্সাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। এই পানী খালে লিউকেমিয়া আৰু লিম্ফোমা আদি ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Health Dangerhealth tipsPlastic BottleWaterWater Bottle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

March 25, 2026
Next Post
আজিৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক গণেশৰ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

নিৰ্বাচনৰ পাছতে ৰাইজক মাধমাৰ, ফলাফল ঘোষণাৰ পূৰ্বেই টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন