• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

2 years ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

11 minutes ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

28 minutes ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

48 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

13 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

13 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

14 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

editor by editor
June 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গংগাজল হিন্দু ধৰ্মত অতি পবিত্ৰ বুলি কোৱা হয়৷ যিকোনো পবিত্ৰ কামৰ পূৰ্বেই গংগাজল চটিয়াই স্থান পবিত্ৰ কৰাৰ উপৰিও গংগাজল সেৱন কৰাটো অতি পবিত্ৰ বুলি হিন্দু শাস্ত্ৰত উল্লেখ আছে৷ শুনি আচৰিত যেন লাগিলেও হিন্দুৱে পবিত্ৰ বুলি মনা গংগাজল খাইছিল আকবৰেও৷ আকবৰে তেওঁৰ জীৱন কালত অন্য পানী কাহানিও সেৱন কৰা নাছিল৷ আজীৱন পানীৰ ঠাইত তেওঁ গংগাজলেই সেৱন কৰিছিল৷

আকবৰে গংগাৰ পানীক পবিত্ৰ জ্ঞান কৰিছিল৷ সেই পবিত্ৰ জলেই তেওঁ আজীৱন সেৱন কৰি আছিল৷ আকবৰে বিশ্বাস কৰিছিল যে সেই পানী সেৱন কৰিলে তেওঁ কেৱল শাৰীৰিক সতেজতা লাভ কৰাই নহয় আধ্যাত্মিকভাৱেও শক্তিশালী হৈ উঠিছিল৷ শান্তি লাভ কৰিছিল আকবৰে বুলি নিজেই জনাইছিল৷

সেই সময়ত আকবৰৰ লিগিৰাই ৰাজপ্ৰসাদলৈ প্ৰতিদিনেই কঢ়িয়াই আনিছিল গংগাৰ পানী৷  গংগাৰ পানীৰ সৈতে আকবৰৰ আনুগত্যই তেওঁ হিন্দু ধৰ্মৰ প্ৰতি আগ্ৰহী আছিল সেই কথাৰেই প্ৰমাণ দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
বাণিজ্য

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

August 19, 2026
Next Post
বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.