• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

2 years ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 minutes ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

60 minutes ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

2 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

2 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

4 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

4 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

5 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

13 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

14 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

15 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

editor by editor
June 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ জুনত কুম্ভত বক্ৰী হ’ব শনি৷ ১৫ নৱেম্বৰ পৰ্যন্ত এই অৱস্থাতেই শনি বিৰাজ কৰিব৷ পাঁচ মাহ শনিৰ এই বক্ৰী দশাৰ কাৰণে সিংহসহ কেইটামান ৰাশিৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পৰিব৷ জ্যোতিষ অনুসৰি শনি বক্ৰী বা ওলোটা গতিত বিচৰণ কৰিলে তাৰ প্ৰতিকূল প্ৰভাৱ বৃদ্ধি পায়৷ ইয়াৰ ফলত বেছ কিছু ৰাশিৰ ব্যক্তিগত আৰু পেছাগত জীৱনত নানান সমস্যা উৎপন্ন হয়৷ আনকি পাৰিবাৰিক আৰু দাম্পত্য জীৱনতো উঠানমা থাকিব৷ শনিৰ বক্ৰী দশা কোন কোন ৰাশিৰ জাতকৰ বাবে অশুভ জানি থওক সবিশেষ৷

মিথুন ৰাশি

মিথুন ৰাশিৰ নৱম স্থানত বক্ৰী গতিত বিচৰণ কৰিব শনিয়ে৷ এই সময়ত আপোনাৰ মনত আত্মবিশ্বাসৰ অভাৱে দেখা দিব৷ মান সন্মান কমাৰ সম্ভাৱনা আছে৷ চাকৰিয়াল জাতকৰ কৰ্মক্ষেত্ৰত কিছু সমস্যা উৎপন্ন হ’ব পাৰে৷ কিছু সুবৰ্ণ সুযোগ হাতলৈ আহিব এই ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীসকলে লাভ অৰ্জনৰ বাবে কঠিন পৰিশ্ৰম কৰিব লাগিব৷ দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে কথাৰ কটাকটি হ’ব পাৰে৷ ইয়াৰ ফলত মানসিক অৱসাদৰ মুখামুখি হ’ব৷

সিংহ ৰাশি

সপ্তম স্থানত বক্ৰী হ’ব শনি৷ সিংহ ৰাশিৰ জাতকে আৰ্থিক লেনদেনৰ পৰা বিৰত থাকক৷ নিজৰ গোপন কথা কাকোৱেই নজনাব৷ মানহানিও হ’ব পাৰে৷ এই ৰাশিৰ ব্যৱসায়ীসকলে সতৰ্ক হৈ থাকক৷ ব্যৱসায়ত সফলতা নাহে৷ কামৰ কাৰণে অধিক কষ্ট কৰিব লাগিব৷ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব৷ আৰ্থিক বিষয়ত ভাৱিচিন্তি পদক্ষেপ লোৱাৰ পৰামৰ্শ  দিয়া হৈছে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থানত বক্ৰী হ’ব শনি৷ ব্যয় পুৰণৰ বাবে ঋণ ল’ব পাৰে৷ আপোনাৰ ওপৰত কামৰ চাপ বাঢ়িব৷ এই ৰাশিৰ কিছু জাতকে চাকৰি হেৰুৱাব পাৰে৷ চাকৰি পৰিবৰ্তনৰ চিন্তাভাৱনা কৰি থকাসকলে অপেক্ষা কৰক৷ বিবাদ এৰাই চলক৷ প্ৰেম জীৱনত বিবাদ এৰুৱাই চলক৷ প্ৰেম জীৱনত সংগীৰ প্ৰতি অতি সংবেদনশীল হোৱাৰ বাবে সম্পৰ্কত বিভেদ আহিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লগ্ন স্থানত শনিৰ বক্ৰী দশা থাকিব৷ স্বাস্থ্যৰ বিশেষ যত্ন লওক৷ আইনী গোচৰৰ পৰা আঁতৰি থাকক৷ কেৰিয়াৰত অনাকাংশিত পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত উঠানমা থাকিব৷ ব্যৱসায়ীসকলে লেনদেনত সতৰ্ক হৈ থাকক৷ আপোনাৰ চেষ্টাত কোনো ত্ৰুটি থাকিব, যাৰ বাবে প্ৰতিদ্বন্দ্বীসকলে কাঢ়া টক্কৰ দিব পাৰে৷ পাৰিবাৰিক জীৱনত উঠানমা থাকিব৷ মানসিক অৱসাদৰ মুখামুখি হ’ব৷

মীন ৰাশি

জ্যোতিষ গণনা অনুসৰি মীন ৰাশিৰ দ্বাদশ স্থানত বক্ৰী হ’ব শনি৷ অনিচ্ছাসত্ত্বেও কিছু ব্যয় কৰিব লাগিব৷ ইয়াৰোপৰি অযথা যাত্ৰা কৰিব লগা হ’ব মীন ৰাশিৰ জাতক৷ পেছাগত আৰু ব্যক্তিগত জীৱনত চেষ্টা কৰা সত্ত্বেও সাফল্য নাপাব৷ দাম্পত্যত সম্পৰ্কত সমস্যা উৎপন্ন হ’ব পাৰে৷ ইয়াৰ সমাধানত অসফল হ’ব৷ পিতৃৰ সৈতে কোনো কাৰণত বিবাদ হ’ব পাৰে৷ ইয়াৰ ফলত পৰিয়ালত পৰিবেশ নষ্ট হ’ব৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বন্ধুৰ কোনো গোপন কথা নকব অন্যথা মানহানি হ’ব পাৰে আপোনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
Next Post
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

ডিঙিলৈকে ঋণ, দেশজুৰি স্তব্ধ হ’ব ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম!

ডিঙিলৈকে ঋণ, দেশজুৰি স্তব্ধ হ’ব ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.