• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?

বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?

2 years ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

55 minutes ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

1 hour ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

2 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

2 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

3 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

4 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

4 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

5 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

5 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

6 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?

বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?

editor by editor
June 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বকৰি ঈদৰ বিশেষত্ব কি? ইছলাম ধৰ্মত এই ঈদ কিয় অতি গুৰুত্বপূৰ্ণ?
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৯ জুন বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ ঈদ-আল-আজহা৷ মুছলমান সমাজৰ প্ৰধান দুটা উৎসৱৰ ভিতৰত অন্যতম হৈছে বকৰি ঈদ৷ এই ঈদক কুৰবানিৰ ঈদ বুলিও কোৱা হয়৷ হিজৰি কেলেণ্ডাৰৰ শেষ মাহত ধুল হিজাৰ দশম দিনটোত পালন কৰা হয় ঈদ-উল-আজহা৷ ন জোন ওলোৱাৰ লগে লগেই বিভিন্ন দেশৰ মুছলমান ধৰ্মাৱলম্বী লোকে এই উৎসৱ পালন কৰে৷ সমগ্ৰ বিশ্বৰ মুছলমানসকলে এই দিনটো বিশেষভাৱে উদযাপন কৰে৷

বকৰি ঈদৰ বিশেষত্ব
প্ৰচলিত লোককথা অনুসৰি ইব্ৰাহিমৰ সপোনত আল্লাহ আহি তেওঁৰ সন্তান ইছমাইলক কুৰবানিৰ বাবে পঠিয়াবলৈ নিৰ্দেশ দিছিল৷ আল্লাহৰ প্ৰতি থকা অটল বিশ্বাসতেই ইব্ৰাহিমে নিজৰ সন্তানক কুৰবানি দিবলৈ উদ্যত হয়৷ তেওঁৰ ভক্তিত মুগ্ধ হৈ আল্লাহে তেওঁক জনাই যে ইব্ৰাহিমে তেওঁৰ সন্তানৰ সলনি এটা ছাগলী কুৰবানি দিলেও হ’ব৷ সেই দিনাৰ পৰাই এই বিশেষ দিনটোক মুছলমান সম্প্ৰদায়ে কুৰবানিৰ ঈদ হিচাপে পালন কৰি আহিছে৷

এই ঈদত সমূহীয়া নামাজৰ পাছত কুৰবানি দিয়া হয়৷ কুৰবানি দিয়া মাংস তিনিভাগত ভাগ কৰে৷ এটা ভাগ গৃহস্থই নিজৰ বাবে থৈ আন দুটা ভাগ আত্মীজ স্বজন আৰু দুখীয়া দৰিদ্ৰৰ মাজত ভগাই দিয়ে৷ বকৰি ঈদত ছাগলি, উট বা অন্য পশুও বলি দিয়ে৷ আল্লাহক নিজৰ প্ৰিয় কিছু উৎসৰ্গা কৰাই হ’ল কুৰবানি ঈদৰ মূল কথা৷ ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হাদিথ অনুসৰি কোৰাণত ঈদ-উল-জুহাক অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে উল্লেখ কৰা হৈছে৷ আল্লাহৰ প্ৰতি আনগত্য আৰু বিশ্বাস প্ৰদৰ্শনেই এই ঈদৰ মূল উদ্দেশ্য৷ সত্য পথত থাকি সকলোবোৰ বলিদান দিয়াৰ বাৰ্তাই বকৰি ঈদৰ মাধ্যমেৰে জনতাক দিয়া হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
Next Post
ঈদৰ দিনাই দুঃখবৰ! মক্কাত পদপিষ্ট হৈ শেষ হ’ল অসমৰ তিনি হজযাত্ৰীৰ জীৱন

ঈদৰ দিনাই দুঃখবৰ! মক্কাত পদপিষ্ট হৈ শেষ হ'ল অসমৰ তিনি হজযাত্ৰীৰ জীৱন

ৰাস্তাত নামাজৰ ওপৰিও এইকেইখন জিলাত কোৰবানী একেবাৰেই নহ’ব, ঈদৰ দিনাই কঠোৰ হৈছে প্ৰশাসন

ৰাস্তাত নামাজৰ ওপৰিও এইকেইখন জিলাত কোৰবানী একেবাৰেই নহ’ব, ঈদৰ দিনাই কঠোৰ হৈছে প্ৰশাসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.