• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

2 years ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

55 minutes ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

2 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

3 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

4 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

5 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

5 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

7 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

20 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

20 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

20 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

editor by editor
June 18, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

অসমৰ মন্ত্ৰী সভাৰ আজি ১৮ জুন তাৰিখে কিছু সালসলনি কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে আজি অসম মন্ত্ৰীসভাৰ কেইটামান বিভাগৰ সাল সলনি কৰা হয়।

সেই অনুসৰি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কেশৱ মহন্তৰ হাতৰ পৰা সেই দায়িত্ব কৰ্তন কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ আনে। এতিয়াৰ পৰা স্বাস্থ্য বিভাগ চোৱাচিতা কৰিব মুখ্যমন্ত্ৰীয়ে নিজেই। অৱশ্যে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেও কেইবাবাৰো স্বাস্থ্যমন্ত্ৰী হিচাপে ভাল কাম কৰি থৈছে হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰিও অন্য কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিছে। বৰ্তমান মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত আছে গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস, সংস্কৃতিৰ উপৰিও মন্ত্ৰীক বিতৰণ নকৰা অন্যান্য বিভাগসমূহ।

আনহাতে কেশৱ মহন্তৰ পৰা স্বাস্থ্য আনিলেও তেওঁক অন্য বিভাগ অৰ্পন কৰা হৈছে – কেশৱ মহন্তৰ হাতত এতিয়াৰ পৰা পৰিবহণ, আৱকাৰী, মীন, বিজ্ঞান-প্ৰযুক্তি- জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগ থাকিব।

উল্লেখ্য যে, পূৰ্বে পৰিবহণ, আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব আছিল পৰিমল শুক্লবৈদ্যৰ। পাছে এইবাৰ লোকসভা নিৰ্বাচনত শিলচৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ সংসদলৈ যোৱাৰ পাছত তেখেতৰ বিভাগৰ দায়িত্ব সমূহ কেশৱ মহন্তৰ হাতত অৰ্পন কৰা হয়। আনহাতে পৰিমল শুক্লবৈদ্যই সংসদৰ নিয়ম অনুসাৰে অসম মন্ত্ৰীসভাৰ লগতে অসম বিধানসভাৰ পৰাও পদত্যাগ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetassam governmentAssam Ministerhealth ministerhimanta biswa sarmakeshab mahanta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত
অসম

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

October 31, 2026
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা
অসম

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
Next Post
২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ', ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

আহাৰ মাহত মংগল গ্ৰহ যাব ভৰণী নক্ষত্ৰলৈ, কেইটামান ৰাশিৰ ক্ষেত্ৰত হ’ব বিশেষ লাভ, বহু দিশৰ পৰা আহিব অৰ্থ-সন্মান

আহাৰ মাহত মংগল গ্ৰহ যাব ভৰণী নক্ষত্ৰলৈ, কেইটামান ৰাশিৰ ক্ষেত্ৰত হ'ব বিশেষ লাভ, বহু দিশৰ পৰা আহিব অৰ্থ-সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.