• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আপৰ ‘জল সত্যাগ্ৰহ’, অনিৰ্দিষ্টকালীন অনশনত বহিল আতিশী

আজিৰে পৰা আপৰ ‘জল সত্যাগ্ৰহ’, অনিৰ্দিষ্টকালীন অনশনত বহিল আতিশী

2 years ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

28 minutes ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

54 minutes ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

2 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

2 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

3 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

3 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

4 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

5 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

5 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

6 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

6 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজিৰে পৰা আপৰ ‘জল সত্যাগ্ৰহ’, অনিৰ্দিষ্টকালীন অনশনত বহিল আতিশী

editor by editor
June 21, 2024
in ভাৰত, ৰাজনীতি
0
আজিৰে পৰা আপৰ ‘জল সত্যাগ্ৰহ’, অনিৰ্দিষ্টকালীন অনশনত বহিল আতিশী
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা আপৰ ‘জল সত্যাগ্ৰহ’, অনিৰ্দিষ্টকালীন অনশনত বহিল আতিশী

দেশৰ ৰাজধানী দিল্লীত পানীক লৈ সৃষ্টি হৈছে হাহাকাৰৰ। পানী সংকটত দিল্লী। পানীৰ সমস্যা এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিছে। আজি শুকুৰবাৰে হাৰিয়ানাৰ পৰা অতিৰিক্ত পানীৰ দাবীত অনিৰ্দিষ্টকালীন অনশনত বহে দিল্লীৰ জলমন্ত্ৰী আতিশি। আজিৰে পৰা আপৰ ‘জল সত্যাগ্ৰহ’।

আতিশীয়ে কয় যে দিল্লীৰ জনসাধাৰণে ঘণ্টাৰ পিছত ঘণ্টা ঘণ্টা ধৰি, পুৱাৰ পৰা নিশালৈ পানীৰ বাবে অপেক্ষা কৰি থাকে। হাৰিয়ানা চৰকাৰলৈ গৈ পানী বিচাৰিছিলো কিন্তু নিদিলে। পি এম মোডীলৈ চিঠি লিখিছিলো তথাপিও পানীৰ ব্যৱস্থা কৰি নিদিলে। এটা দিনৰ পূৰ্বৰ হিচাপ চাবলৈ হ’লে পুনৰ ১২০ এম জি ডি পানী বন্ধ কৰা হ’ল। এতিয়া এনে পৰিস্থিতি হৈছে আমি পানীৰ বাবে সত্যাগ্ৰহ কৰি আছো।

সেয়ে আজি ২১ জুনৰ পৰা আতিশীয়ে কোনো খাদ্য গ্ৰহণ নকৰাকৈ, কেৱল পানী খাই জল সত্যাগ্ৰহ আৰম্ভ কৰিছে। পানী নোপোৱালৈকে অব্যাহত থাকিব এই অনশন।

অতিশয় গৰম, দিল্লীত অভিলেখ ভংগকাৰী গৰম বুলি কয় আতিশীয়ে। ৰাতিও উষ্ণতা অধিক হৈ থাকে। এনে প্ৰচণ্ড গৰমত সকলোকে পানীৰ প্ৰয়োজন হয়। দিল্লীত ১০৫০ এমজিডি পানীৰ প্ৰয়োজন। হাৰিয়ানাৰ পৰা আহিছে মাত্ৰ ৬১৩ এম জি ডি পানী। হাৰিয়ানা চৰকাৰে পানী যোগান ধৰা নাই। ২৮ লাখ লোকৰ পানী বন্ধ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AtishidelhiDelhi MinisterDelhi WaterWater Crisis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
Next Post
চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে

চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল'লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে

সঁচাকৈ ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ বিবাহ নেকি ! ছানিয়াৰ পিতৃৰ

সঁচাকৈ ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ বিবাহ নেকি ! ছানিয়াৰ পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.