• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে

চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে

2 years ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

22 minutes ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

2 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

3 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

3 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

4 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

6 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

7 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

7 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

8 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে

editor by editor
June 21, 2024
in ভাৰত, ৰাজনীতি
0
চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেলেঞ্জ কৰি পৰাজিত হৈ শেষত নিজৰ নামেই সলনি কৰি ল’লে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে

নিৰ্বাচনৰ সময়ত বহু ক্ষেত্ৰত বহু নিৰ্বাচনী নেতাক বহু ধৰণৰ চেলেঞ্জ কৰা দেখা যায়। পাছে নিৰ্বাচনৰ শেষত সেই চেলেঞ্জ কোনেও পূৰণ নকৰে। কিন্তু ইয়াৰে মাজত আহিছে এগৰাকী নেতাৰ চৰ্ত , যিদৰে চেলেঞ্জ কৰিছিল, সেইদৰে পূৰণো কৰিছে।

নিৰ্বানত পৰাজয় হলে নিজৰ নাম সলাই ল’ব বুলি কৰা হুংকাৰ এতিয়া পূৰণ কৰিলে। নিৰ্বাচনত পৰাজয়ৰ পাছতে এতিয়া জনপ্ৰিয় নেতাগৰাকীয়ে সলাই লৈছে নিজৰ নাম। এই নেতাগৰাকী হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী মুদ্ৰগড়া পদ্মনাভম। যিয়ে এতিয়া নাম সলনি কৰি হৈছে পদ্মনাভা ৰেড্ডি।

সদ্যহতে হৈ যোৱা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দক্ষিণৰ ছবিজগতৰ ছুপাৰষ্টাৰ পৱন কল্যান, যিয়ে এতিয়া ৰাজনীতিত জড়িত, সেই পৱন কল্যানৰ সৈতে চেলেঞ্জ কৰিছিল। পাছে পৱন কল্যানৰ জনপ্ৰিয়তাক পিছ পেলাই কেনেকৈ। নিৰ্বাচনত পৱন কল্যানে বহু ভোটৰ ব্যৱধানত পদ্মনাভাক পৰাজিত কৰি বৰ্তমানে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।

আনহাতে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী পদ্মনাভাই সলাই লৈছে নিজৰ নাম। এই ক্ষেত্ৰত পদ্মনাভাই কাৰোৰে হেঁচাত পৰি নাম সলোৱা নাই বুলি পৱন কল্যানক উল্লেখ কৰি কৈছে। লগতে ইয়াকো কয় যে, এয়া সম্পূৰ্ণ নিজৰ ইচ্ছা অনুসৰিয়ে কৰিছে।

পাছে কিছুদিন পূৰ্বে পৱন কল্যানৰ অনুৰাগীয়ে অহৰহ পদ্মনাভাক উদ্দেশ্যে বহু অশালীন মন্তব্য কৰি আছিল। যাৰ বাবে পদ্মনাভাই অশান্তি পাই সেই অনুৰাগীক কৈছিল ইমানেই মোক লৈ অশান্তি হৈছে যদি গালি দিয়াৰ সলনি মোৰ পৰিয়ালৰ সৈতে মোক শেষ কৰি দিয়ক। অৱশ্যে এতিয়া সকলো শান্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PoliticsPawan KallyanpoliticsSouth PoliticsSouth Superstar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
Next Post
সঁচাকৈ ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ বিবাহ নেকি ! ছানিয়াৰ পিতৃৰ

সঁচাকৈ ছানিয়া মিৰ্জা আৰু মহম্মদ শ্বামীৰ বিবাহ নেকি ! ছানিয়াৰ পিতৃৰ

জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়

জানেনে, হজ যাত্ৰাৰ সময়ত যদি কোনো লোক নিহত হয় তেন্তে মৃতদেহটো উভতাই পঠিওৱা নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.