• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰায় ৩০০০ ভিডিঅ’ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

2 years ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

52 minutes ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

1 hour ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

2 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

21 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

22 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

23 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

24 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

1 day ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰায় ৩০০০ ভিডিঅ’ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

editor by editor
June 23, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰায় ৩০০০ ভিডিঅ’ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় ৩০০০ ভিডিঅ’ৰ দেশ কঁপাই যোৱা ঘটনাৰ প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো গ্ৰেপ্তাৰ, দুই ভাতৃৰ একেই কেলেংৰাৰী

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি জনতা দলৰ এম এল চি সুৰজ ৰেভান্নাক দেওবাৰে গ্ৰেপ্তাৰ কৰে কৰ্ণাটক আৰক্ষীয়ে। জেডিএছৰ এজন কৰ্মীয়ে সুৰজ ৰেভান্নাৰ বিৰুদ্ধে দুষ্কৰ্মৰ গোচৰ ৰুজু কৰিছিল, তাৰ পিছত আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে থানালৈ মাতিছিল। দেওবাৰে পুৱা তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰায় ৩০০০ আপত্তিজনক ভিডিঅ’ ক্লিপ থকা প্ৰজ্জ্বল ৰেভান্নাৰ পাছত এইবাৰ ভাতৃয়ো একে ধৰণৰ গোচৰতে আটক। যোৱা ১৬ জুনৰ সন্ধিয়া হোলেনাৰসীপুৰা তালুকৰ ঘননিকড়াত থকা নিজৰ ফাৰ্ম হাউচত ৩৭ বছৰীয়া সুৰজ ৰেভান্নাই বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন জেডিএছ কৰ্মীৰ।

জেডিএছৰ ২৭ বছৰীয়া কৰ্মীজনে আৰক্ষীক দিয়া এজাহাৰত ‘সুৰাজ ৰেভান্নাই মোক তেওঁৰ ফাৰ্ম হাউচলৈ মাতিছিল। তাত সি বৰ ধুনীয়াকৈ কথা পাতিলে, কিন্তু তাৰ পিছত মোৰ কান্ধত হাত থৈ মোৰ কাণ দুখন চুবলৈ ধৰিছিল। ইয়াৰ পিছত সুৰাজে আকৌ চিন্তা নকৰিবলৈ, মোৰ লগত সদাই থকাৰ কথা কৈছিল। ইয়াৰ পিছত তেওঁ মোক ভাবুকি দিছিল যে যদি মই সহযোগ নকৰো তেন্তে তেওঁ মোক হত্যা কৰিব। তাৰ পিছত মোক নিজৰ কোঠালৈ লৈ গৈ সাৱটি ধৰিছিল। মোৰ শৰীৰ চুবলৈ ধৰে শেষত মোৰ কাপোৰ খুলি বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ৩৭৭ (অস্বাভাৱিক যৌনতা) আৰু ৫০৬ (অপৰাধমূলক ভয় দেখুওৱা) ধাৰাত সুৰজ ৰেভান্নাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। পিছত হোলেনৰ্সিপুৰা গ্ৰাম্য থানাত কেইবা ঘণ্টা ধৰি জেৰা কৰাৰ পিছত আজি দেওবাৰে সুৰজক গ্ৰেপ্তাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

March 11, 2026
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
Next Post
মানৱতাক লজ্জিত কৰা ঘটনা, এহাল দম্পতীয়ে এগৰাকী মহিলাৰ সৈতে কৰিলে নিকৃষ্ট কাম

হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ! ফোন কৰাৰ বাবে আটাইতকৈ সুবিধাজনক বৈশিষ্ট্য আহি পৰিছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন