• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৬ জন আৰক্ষী, কাৰ কি দোষ?

একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৬ জন আৰক্ষী, কাৰ কি দোষ?

2 years ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

5 minutes ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

24 minutes ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

1 hour ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

2 hours ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

2 hours ago
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

3 hours ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

3 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

4 hours ago
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

4 hours ago
চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

4 hours ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

14 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৬ জন আৰক্ষী, কাৰ কি দোষ?

একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৭ জন আৰক্ষীৰ, কাৰ কি দোষ?

editor by editor
June 27, 2024
in অপৰাধ, অসম
0
একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৬ জন আৰক্ষী, কাৰ কি দোষ?
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৭ জন আৰক্ষীৰ

লেখাপানী আৰক্ষী চকীৰ SI প্ৰাঞ্জল ফুকনক তাৎক্ষণিক নিলম্বন

MBA ছাত্ৰক নিশা আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল SI প্ৰাঞ্জলৰ বিৰুদ্ধে্

সুৰামত্ত লৈ  জাগুনৰ পদুম ছেত্ৰী নামৰ ছাত্ৰজনক প্ৰহাৰ কৰিছিল  SI প্ৰাঞ্জলে

এখন ৰৈ থকা বাহনৰ পৰা উলিয়াই আনি প্ৰহাৰ কৰিছিল ছাত্ৰ পদুমক

যুৱক গৰাকীক প্ৰহাৰৰ লগতে অশ্লীল গালি গালাজো কৰিছিল প্ৰাঞ্জল ফুকনে

ভুক্তভোগী যুৱকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত  নিলম্বন SI প্ৰাঞ্জল ফুকনক

মহানগৰীৰ বশিষ্ঠ থানাৰ ৫ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ DGP জি পি সিং

DGPৰ নিৰ্দেশৰ পাছতেই মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই নিলম্বন কৰিলে ৫ আৰক্ষীক

মাৰপিট কাণ্ডৰে জড়িত থকাৰ অভিযোগ এই ৫ আৰক্ষীৰ বিৰুদ্ধে

SI পৰাগ বৰ্মন, ধ্যানজ্যোতি তামুলী, তীৰ্থ ডেকা, LC কল্পজ্যোতি নেওগ, গাড়ী চালক নৱক নিলম্বন

২৪ জুনৰ নিশা একেটা পৰিয়ালৰ ৩ সদস্যক মাৰধৰ কৰিছিল আৰক্ষী বিষয়াকেইজনে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ'লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.