• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…

হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

4 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

5 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

5 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

9 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

10 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…

editor by editor
July 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…
0
SHARES
471
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৃদয়বিদাৰক, স্কুলীয়া দিনৰে প্ৰেম আৰু বিবাহ, শেষত বহুদিন ধৰি হাতত কাম নথকাই স্বামী-স্ত্ৰীৰ…

হৃদয়বিদাৰক, বহু দিন ধৰি হাতত কাম নাছিল, মানসিক ভাৱে ভাঙি পৰিছিল এহাল স্বামী-স্ত্ৰী। শেষ পৰিণতি একেবাৰে দুখলগা। বেলেগে বেলেগে ঠাইত নিজকে শেষ কৰি দিয়ে দুয়ো স্বামী-স্ত্ৰীয়ে। যি ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এহাল স্বামী-স্ত্ৰীৰ আত্মহত্যাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে। বাৰাণসীত চিপ লৈ স্বামীয়ে নিজকে শেষ কৰি দিয়ে। আনহাতে পত্নীয়ে স্বামীৰ আত্মহত্যাৰ খবৰ শুনিয়ে গোৰখপুৰৰ ঘৰৰ ছাঁদৰ পৰা জপিয়াই দি মৃত্যুক সাৱটি লয়।

একাদশ শ্ৰেণীত প্ৰথম লগ পাইছিল হৰিশ আৰু সঞ্চিতাই। তেতিয়াৰে পৰা দুয়োৰে মাজত প্ৰেম। সেই প্ৰেমে শেষত ২০২২ চনত পুৰ্ণতা পায়। বিবাহ পাশত আৱদ্ধ হয় দুয়ো স্বামী-স্ত্ৰী। বিয়াৰ পাছতে মুম্বাইলৈ গৈ থাকে দুয়ো। মুম্বাইতে এটা বেংকত চাকৰি কৰিছিল হৰিশে।

কিন্তু সেই সময়তে পত্নী সঞ্চিতাৰ এক জটিল ৰোগে দেখা দিয়ে। যাৰ বাবে গোৰখপুৰৰ মাতৃৰ গৃহলৈ আহে সঞ্চিতা। মাতৃৰ ঘৰত পৰিয়ালে চোৱা-চিতা কৰে। শেষত স্বামী হৰিশেও চাকৰি এৰি দি পত্নীৰ ওচৰ পায় চোৱা-চিতাৰ বাবে।

গোৰখপুৰতে থাকি কামৰো সন্ধান কৰে হৰিশে। কিন্তু দুটা বছৰে ধৰি কতো কোনো কামৰ সন্ধান নাপায় হৰিশে মানসিকভাৱে ভাগি পৰে। ইফালে অসুখীয়া পত্নী। শেষত ৫ জুলাই শুকুৰবাৰে হৰিশে বিহাৰৰ নিজৰ ঘৰলৈ যাবলৈ বুলি ওলাই আহে। কিন্তু ঘৰলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ বাৰাণসীৰ সাৰনাথত উপস্থিত হয় আৰু তাতেই আত্মহত্যা কৰি মৃত্যুবৰণ কৰে, দুবছৰ পূৰ্বে হৰিশ আৰু সঞ্চিতাই বিবাহপাশত আৱদ্ধ হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, বাৰাণসীৰ অটল নগৰ কলনী মাৱাইয়াত অনলাইন বুকিং কৰা হোমষ্টে ৰুমত হৰিশে এই চৰম পদক্ষেপ গ্ৰহণ কৰে। আৰক্ষীয়ে লগতে কয়, “হৰিশৰ এজন আত্মীয়ই একাধিক ফোন কল নোলোৱাৰ পিছত কোঠাটোত উপস্থিত হয়। তাত তেওঁ হৰিশৰ মৃতদেহটো পাই লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে।”

লগে লগে পৰিয়ালৰ সকলোকে খবৰ কৰা হয়। পত্নী সঞ্চিতাইয়ো এই খবৰ লাভ কৰাৰ পাছতে ঘৰৰ ছাঁদলৈ গৈ তাৰ পৰা জপিয়াই দিয়ে। এনেদৰেই শেষ হৈ যায় দুটি জীৱন।

আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে যদিও কতো কোনো ধৰণৰ শেষ টোকা বা ছুইডাইড নোট উদ্ধাৰ কৰা নাই। মানসিকভাৱে ভাঙি পৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সদৰি আৰক্ষীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BaranashigorakhpurHusband wifeHusband Wife Suicidesuicideuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
Next Post
ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.