• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

2 years ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

23 minutes ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

1 hour ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

2 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

2 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

3 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

5 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

5 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

6 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

7 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

15 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

16 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

editor by editor
July 8, 2024
in বিবিধ, বিশ্ব
0
অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পোহৰলৈ আহিছে এক বৃহৎ দুৰ্ঘটনা। ইয়াত চুলাৱেছি দ্বীপত প্ৰচণ্ড বৰষুণৰ ফলত অবৈধ সোণৰ খনিত ভূমিস্খলন। ভূমিস্খলনৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু হৈছে। আনহাতে বৰ্তমানেও সন্ধানহীন হৈ আছে ১৮ গৰাকী লোক।

স্থানীয় উদ্ধাৰ সংস্থা বাছাৰ্নাছৰ মুৰব্বী হেৰিয়ানোৱে কয় যে দেওবাৰে পুৱা গোৰোন্টালো প্ৰদেশৰ সুমাৱা জিলাত সংঘটিত হোৱা ভূমিস্খলনত অবৈধ খনিৰ ওচৰত বাস কৰা খনিকৰ আৰু বাসিন্দাসকলৰ মৃত্যু হয়।

দুৰ্ঘটনাটোত মাটিৰ তলত পোত খোৱা অৱস্থাত থকা পাঁচজন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে সোমবাৰে উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা ১৮ জন লোকৰ সন্ধানত অভিযান চলাই আছে।

প্ৰশাসনে জানিব দিয়া অনুসৰি , নিৰুদ্দেশ হোৱা লোকৰ উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্ধাৰকাৰী দলে, আৰক্ষী আৰু সেনা জোৱানকে ধৰি ১৬৪ জন জোৱান নিয়োগ কৰা হৈছে। একে সময়তে উদ্ধাৰকাৰীয়ে প্ৰায় ২০ কিলোমিটাৰ অৰ্থাৎ ১২.৪৩ মাইল দূৰত্ব অতিক্ৰম কৰি ভূমিস্খলন স্থানত উপস্থিত হ’ব লগা হৈছে।

কিন্তু বেয়া পথ, ঘটনাস্থলীত থকা ডাঙৰ ডাঙৰ পাতৰ লগতে অঞ্চলটোত অবিৰত বাৱে দি থকা বৰষুণৰ বাবে উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছে। মানুহক উদ্ধাৰ কৰিবলৈ এক্সকেভেটৰৰো ব্যৱহাৰ কৰা হৈছে।

সংস্থাটোৰ মতে, ভূমিস্খলনৰ ফলত একাংশ ঘৰো ধ্বংস হৈছে। ইণ্ডোনেছিয়াৰ দুৰ্যোগ সংস্থা (বিএনপিবি)য়ে জনোৱা মতে, ভূমিস্খলনৰ ফলত কেইবাটাও ঘৰ আৰু এখন দলং ক্ষতিগ্ৰস্ত হৈছে। ইয়াত বাসিন্দাসকলক সতৰ্কতা জাৰি কৰা দিয়া হৈছে যে সোমবাৰ আৰু মঙলবাৰেও গ’ৰ’ন্টালো প্ৰদেশৰ কিছুমান অঞ্চলত বৰষুণ হ’ব পাৰে সেয়ে সকলোকে সজাগ হৈ থকাৰ আহ্বান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: heavu rainindonesiaIndonesia Landslidelandslidemanydiedrainweather
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
Next Post
আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.