• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

1 hour ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

1 hour ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

2 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

2 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

3 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

4 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

5 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

6 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

7 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

8 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

editor by editor
July 8, 2024
in Uncategorized
0
আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

ঝাৰখণ্ডৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে ক্ষমতা দখল কৰা হেমন্ত সোৰেণে সোমবাৰে বিধানসভাত আস্থা ভোট দাখিল কৰে। বিৰোধীৰ তীব্ৰ হুলস্থুল আৰু ৱাকআউটৰ মাজতে মুখ্যমন্ত্ৰী সোৰেণে আস্থা ভোটত জয়লাভ কৰে।

৮১ জনীয়া বিধানসভাত মুঠ ৪৫ গৰাকী বিধায়কে আস্থা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। আনহাতে ভোটদান প্ৰক্ৰিয়াত অংশ লোৱা নাছিল নিৰ্দলীয় বিধায়ক সৰ্যু ৰায়।

বিধানসভাত আস্থা ভোটৰ কাৰ্য চচলি থকাৰ সময়তে বিধানসভাৰ বাহিৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাঁচী বিধানসভাৰ বাহিৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি বিধায়কসকলে।

বিধানসভাৰ বিশেষ অধিৱেশনত আস্থা প্রস্তাৱৰ সময়ত নিজৰ আস্থা প্রকাশ কৰে৷ ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম), কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়কসকলে আস্থা ভোটত জয়ী হোৱাৰ কথা প্ৰকাশ কৰে। বিৰোধী দল এন ডি এয়ে কয় যে শাসকীয় মিত্ৰজোঁটৰ বাবে সেয়া সহজ নহ’ব।

উল্লেখ্য যে, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি যোৱা ২৮ জুনত হেমন্ত সোৰেণে ভূমি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিছিল। ৩১ জানুৱাৰীত বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

ঝাৰখণ্ডৰ ৮১ জনীয়া বিধানসভাত বৰ্তমান ৭৬ জন বিধায়ক আছে। ৩ জুলাইত হেমন্ত সোৰেণে চৰকাৰ গঠনৰ দাবী বাজি উঠাইছিল, তাৰ পিছত শাসকীয় জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটে ৪৪ জন বিধায়কৰ সমৰ্থন তালিকা ৰাজ্যপালৰ ওচৰত দাখিল কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hemant SorenjharkhandJharkhand New CMNew CM Hemant Soren Astha Vote
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
Next Post
ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.