• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

2 years ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

17 minutes ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

1 hour ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

2 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

2 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

3 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

3 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

4 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

4 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

5 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

6 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

7 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা

editor by editor
July 8, 2024
in অসম, উত্তৰ-পূব, খাদ্য, জীৱনশৈলী
0
ভাল লাগিলেও সদায় নাখাব! দৈনিক খাদ্য তালিকাত থকা এইকেইবিধ খাদ্যই বঢ়াই কৰ্কটৰ আশংকা
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কট ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৰাজ্যৰ লগতে দেশতো৷ বহুতেই সুৰা, গুটখাজাতীয় খাদ্যকেই ইয়াৰ বাবে দায়ী বুলিও দাবী কৰে৷ কিন্তু কেৱল এইকেইবিধ খাদ্যৰ পৰাই কৰ্কটৰ আশংকা বাঢ়ে তেনে নহয়৷ আমি সচৰচৰ গ্ৰহণ কৰি থকা কেইবিধমান খাদ্যৰ বাবেও বৃদ্ধি পায় কৰ্কটৰ আশংকা৷ তেনে খাদ্যৰ ভিতৰত কি কি আছে? জানক সবিশেষ৷

১. কেনত থকা যিকোনো পানীয়

কেনড ফুড অৰ্থাৎ টিনৰ টেমাৰ ভিতৰত থকা খাদ্য দৈনিক গ্ৰহণ কৰিলেও কৰ্কটৰ আশংকা বাঢ়ে৷ এই ধৰণৰ খাদ্যত বিছফেনল নামৰ এক উপাদান থাকে যাৰ পৰা কৰ্কটৰ আশংকা বৃদ্ধি পায়৷

২. কাৰ্বনেটেড বেভাৰেজ

কাৰ্বনেটেড বেভাৰেজো কৰ্কটৰ এক কাৰক৷ অৰ্থাৎ কল্ডড্ৰিংকছ জাতীয় খাদ্য দেহৰ বাবে মুঠেও স্বাস্থ্যকৰ নহয়৷

৩. মাইক্ৰৱেভত তৈয়াৰ কৰা পপকৰ্ন

মাইক্ৰৱেভত তৈয়াৰ কৰা পপকৰ্নো কাৰ্ছিনোজেনিক হিচাপে বিবেচিত হয়৷ ইয়াত থকা পিএফওএ নামৰ এক যৌগই কৰ্কটৰ উপাদান৷

৪. ৰিফাইন ছুগাৰ

ৰিফাইণ ছুগাৰো অতি ক্ষতিকাৰক৷ যিয়ে কৰ্কটৰ কোষ বৃদ্ধিত সহায় কৰে৷

৫. প্ৰিজাৰ্ভেটিভ মাংস

প্ৰিজাৰভেটিভ মাংসও কৰ্কটৰ বাবে অতি ক্ষতিকাৰক৷ ইয়াত মিহলি কৰা ৰাসায়নিক দ্ৰবই শৰীৰত কৰ্কট ৰোগৰ আশংকা বঢ়াই৷

৬. উচ্চ ছডিয়ামযুক্ত টক

উচ্চ ছডিয়ামযুক্ত টক খালেও পাকস্থলীৰ কৰ্কটৰ আশংকা বহু পৰিমানে বাঢ়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Next Post
দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

দুই নেতাৰ ভ্ৰমণ, প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ, বিৰোধী দলপতি ৰাহুল আহিছে অসম আৰু মণিপুৰলৈ, কাৰ কি উদ্দেশ্য?

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে? জানক সবিশেষ

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.