• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

2 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

11 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

11 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

12 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

12 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

13 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

13 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

14 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

15 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

16 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

17 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

editor by editor
July 8, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে ৰাজ্যখনত গুলীচালনাৰ ঘটনা

আজি ৮ জুলাই সোমবাৰে মণিপুৰৰ জিৰিবামত বিৰোধী দলপতি ৰাহুল গান্ধীৰ আগমনৰ কেইঘণ্টামান পূৰ্বে অশান্ত জিলাখনত গুলিচালনাৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ আৰক্ষীৰ এটা আউটপোষ্টত বন্দুকধাৰীয়ে গুলীচালনা কৰে।

অসমৰ কাছাৰ জিলাৰ সীমান্তৱৰ্তী ক্ষুদ্ৰ জিলা তথা যোৱা মাহত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিয়ে অশান্তি বিয়পোৱা জিৰিবাম ভ্ৰমণৰ পৰা আৰম্ভ কৰি সোমবাৰে মণিপুৰত দিনজোৰা ভ্ৰমণৰ বাবে ৰাহুল গান্ধী উপস্থিত হৈছে। ইয়াৰ পিছতে তেওঁ মণিপুৰৰ আন দুখন ঠাই চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা ভ্ৰমণ কৰাৰ কথা।

জিৰিবামৰ আৰক্ষী অধীক্ষক প্ৰদীপ সিঙে সংবাদ মাধ্যমক জনোৱা মতে, আজি পুৱা প্ৰায় ১০ মান বজাৰ ভিতৰত টামেংলং আৰক্ষীয়ে গুলীচালনাৰ সৈতে জড়িত থকা কুকি-জো সম্প্ৰদায়ৰ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে কিছু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে।

গুলীচালনাত কোনো লোক আহত হোৱা নাই যদিও গুলীচালনাৰ সন্মুখীন হোৱা বস্তুবোৰৰ ভিতৰত আছিল এখন কেছস্পিৰ বাহন। লগতে আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি, এই আক্ৰমণ প্ৰতিহত কৰাৰ বাবে আৰক্ষী, চি আৰ পি এফ আৰু আছাম ৰাইফলছৰ মাজত উপযুক্ত সামগ্ৰী তথা সুবিধা আছিল।

৬ জুনত মেইটেইৰ এজন বাসিন্দা ছয়বাম সাৰথকুমাৰ সিংক নিহত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত জিৰিবামত উত্তেজনাৰ সৃষ্টি হয়। যাৰ বাবে এতিয়া ১০০০ৰো অধিক কুকি-জো সম্প্ৰদায়ৰ লোকে জিলাখনৰ পৰা ওলাই আহি কাছাৰত আশ্ৰয় বিচাৰিছে।

ইয়াৰ পিছত জিলাখনৰ বৰোবেকৰা সংমণ্ডলত বাস কৰা মেইটেই পৰিয়ালৰ ঘৰ জ্বলাই দিয়া হৈছে। ঘৰ জ্বলাই দিয়াৰ ফলত এই অঞ্চলৰ ৯০০ৰো অধিক লোক স্থানচ্যুত হয়। এতিয়া জিলাখনৰ সাহায্য শিবিৰত আশ্ৰয় লৈ আছে সকলো লোক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressFiringmanipurManipur FiringRTahul Gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

অঘটন, সোণৰ খনিত ভূস্খলন, প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে, সন্ধানহীন ১৮ গৰাকী

আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

আস্থা ভোটত জয়, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে লাভ কৰিলে ৪৫ বিধায়কৰ সমৰ্থন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.