• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি

১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি

editor by editor
July 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৬ জুলাইৰ পৰা গঠিত হ’ব সূৰ্য আৰু শনিৰ ক্ষতিকৰ ষড়ষ্টক যোগ, মহাবিপদত কন্যাসহ ৪ৰাশি
0
SHARES
861
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান মিথুন ৰাশিত অৱস্থান কৰিছে সূৰ্যই৷ আগন্তুক ১৬ জুলাই ২০২৪ মঙলবাৰ পৰ্যন্ত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ প্ৰতিটো ৰাশিত মুঠ এমাহকৈ অৱস্থান কৰে সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্যই৷ ইয়াৰ সৈতে এই সময়ত শনি গ্ৰহ আছে কুম্ভ ৰাশিত৷ ইয়াৰ ফলত সূৰ্যই কৰ্কট ৰাশিত আহি সূৰ্য আৰু শনি পৰস্পৰৰ পৰা ষষ্ঠ আৰু অষ্টম ঘৰত অৱস্থান কৰিব৷ সূৰ্য আৰু শনিৰ এই অৱস্থানৰ ফলত গঠিত হ’ব ষড়ষ্টক ৰাজযোগ৷ সূৰ্য আৰু শনি হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ৷ এই দুই গ্ৰহৰ কারণে ষড়ষ্ট যোগ গঠিত হ’লে তাৰ ক্ষতি আৰু বিপদ হ’ব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ চাই লওক ষড়ষ্টক যোগৰ প্ৰভাৱত ১৬ জুলাইৰ পৰা কোন কোন ৰাশিৰ বিপদ বাঢ়িব৷

কৰ্কট ৰাশি

১৬ জুলাইত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ সূৰ্যই শনিৰ ষড়ষ্টক যোগৰ ক্ষতিকৰ প্ৰভাৱ লক্ষ্য কৰা যাব এই ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ আত্মবিশ্বাসৰ অভাৱ হ’ব৷ ফলত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মানসিক সংশয়ত ভূগিব কৰ্কট ৰাশিৰ জাতক৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটিব৷ নতুন চাকৰিৰ বাবে চেষ্টা কৰি থকাসকলে ভাল ফল পাব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ একাদশতম ঘৰত প্ৰৱেশ কৰিছে সূৰ্যই৷ ষড়ষ্টক যোগৰ প্রভাৱত এই সময়ত পেছাগত আৰু ব্যক্তিগত জীৱনত বৃহৎ ক্ষতি হ’ব কন্যা ৰাশিৰ জাতকৰ৷ মনত দুঃখ আৰু অৱসাদ থাকিব আপোনাৰ৷ কাৰ্যালয়ত সতৰ্ক লৈ কাম কৰা জৰুৰী৷ গল্প কৰি সময় নষ্ট কৰিলে ক্ষতি হ’ব কন্যা ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ কাকো বেয়া কথা নকব, বেয়া ব্যৱহাৰো নকৰিব৷ অন্যথা পাছত অনুতাপ কৰিব লগা হ’ব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ অষ্টম ঘৰত গোচৰ কৰিব সূৰ্যই৷ সূৰ্য শনিৰ ষড়ষ্টক যোগত প্ৰেম জীৱন ক্ষতিকৰ হ’ব ধনু ৰাশিৰ জাতকৰ৷ ব্যক্তিগত সম্পৰ্কত এই সময়ত নানান ওঠানমা থাকিব৷ এই সময়ত অতিৰিক্ত খৰচ হ’ব পাৰে৷ ইচ্ছা নাথাকিলেও এই খৰচ কৰিব লগা হ’ব আপুনি৷ এই সময়ত আৰ্থিক লেনদেন নকৰাই ভাল৷ কাৰোবাক ধন ধাৰ দিলে উভতাই নাপাব পাৰে৷ নিজৰ গোপন কথা কাকো খুলি নক’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ষড়ষ্টক যোগৰ ক্ষতিকৰ প্ৰভাৱত আগন্তুক এমাহ নানান সমস্যাই বাঁহ বান্ধিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি কৰ্মক্ষেত্ৰত বাধাৰ মুখত পৰিব৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কৰ অৱনতি হ’ব পাৰে. ব্যৱসায়ীসকলে আৰ্থিক ক্ষতিৰ মুখত পৰিব পাৰে৷ সকলো তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিব৷ পৰিয়ালৰ কোনো সদস্য অসুস্থ হৈ পৰিব পাৰে৷ এই সময়ত আপোনাৰ কোনো মূল্যবান সম্পদ হেৰুৱাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত

কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত

ভূমিস্খলন, চকুৰ পচাৰতে হেৰাই গ’ল ৬৩গৰাকী যাত্ৰী, ক’ত এই ঘটনা?

ভূমিস্খলন, চকুৰ পচাৰতে হেৰাই গ’ল ৬৩গৰাকী যাত্ৰী, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.