• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

2 years ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

9 minutes ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

51 minutes ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

2 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

3 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

4 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

5 hours ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

editor by editor
July 12, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো
0
SHARES
7.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

কইনা ৰাধিকাক আনিবলৈ এণ্টেলিয়াৰ পৰা ওলাল অনন্ত। দৰাৰ সাজত সমুখলৈ আহিল প্ৰথমখন ফটো। লগত সম্পূৰ্ণ পৰিয়াল। গোল্ডেন কাম কৰা সাজক দেখা পোৱা গল দৰা অনন্ত আম্বানীক।

https://x.com/ANI/status/1811723699214753839a

আজি ১২ জুলাই তাৰিখে চিৰ জীৱনৰ বাবে এক হ’বলৈ গৈ আছে আম্বানী পৰিয়ালৰ কনিষ্ট পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট। মুম্বাইৰ জিঅ’ ৱৰ্ড চেণ্টাৰত ৰাধিকা আৰু অনন্তৰ বিয়া। বিয়া উপলক্ষে দৰা-কইনাক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে বহু অনুৰাগীয়ে।

সেই অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই সমুখলৈ আহিল দৰাৰ ফটো। লগেত সমুখলৈ আহিল দৰাৰ কইনা আনিবলগীয়া বাহন। ৰোলছ ৰয়েলছ বাহনত সম্পূৰ্ণ ঢাক খোৱাকৈ সজাইছে মোগৰা ফুল আৰু গোলাপেৰে। পৰিয়ালৰ অন্য সদস্যৰ বাহনবোৰো ফুলেৰে সজাই তোলা হৈছে।

বিবাহ মণ্ডপত মুকেশ আম্বানী আৰপ নীতা আম্বানীৰ পিতৃদ্বয়ৰ ফটো ৰখা হৈছে। বিবাহ অনুষ্ঠানলৈ আগমণ ঘটিছে দেশৰ লগতে বিদেশৰ বহু তাৰকাৰ লগতে দেশী-বিদেশী শীৰ্ষ ৰাজনৈতিক নেতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anant Ambani Weddingananta ambanimukesh ambanisocial mediaviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?
জীৱনশৈলী

April 16, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

April 16, 2026
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?
জীৱনশৈলী

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

April 16, 2026
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?
বাণিজ্য

Next Post
নেপালৰ ৰাজনীতিত আলোড়ন, পদত্যাগ প্ৰধানমন্ত্ৰীৰ

এখন দেশৰ ২৩ শতাংশ লোকে মাথো ১ বছৰতে এৰিলে ইছলাম, পৰিসংখ্যাই আচৰিত কৰিছে সকলোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন