• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

2 years ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

36 minutes ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

51 minutes ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

1 hour ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

1 hour ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

2 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

3 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

4 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

4 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

5 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

সদ্যোজাতক জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

editor by editor
July 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মৰ পাছতেই জণ্ডিছৰ লক্ষণে দেখা দিয়ে বহু শিশুৰ৷ সদ্যোজাত শিশুৰ জণ্ডিছ ধৰা পৰিলে পিতৃ-মাতৃৰ মনতো আতংকই দেখা দিয়ে৷ শিশু বিশেষজ্ঞ চিকিৎসকে জনোৱা অনুসৰি নৱজাতক শিশুৰ শৰীৰত বিলিৰুবিনৰ মাত্ৰা বেছি থাকিলে জন্মৰ পাছতেই জণ্ডিছ হোৱাৰ সম্ভাৱনা থাকে৷ শিশুৰ শৰীৰ আৰু চকু হালধীয়া হৈ উঠে৷ অংগ প্ৰত্যঙ্গও দুৰ্বল হ’বলৈ ধৰে৷ সেয়ে এই সময়ত শিশুটিক নীলা পোহৰৰ তলত বিশেষ বক্সত সোমোৱাই ৰাখে চিকিৎসকে৷ সদ্যোজাতৰ জণ্ডিছ হোৱাৰ বহু কাৰণ আছে৷ চিকিৎসকৰ মতে শিশু এটি যিমানদিন মাতৃ গৰ্ভত থাকে সিমান দিন মাতৃৰ ধমনীৰ পৰাই অক্সিজেন পাই থাকে৷ মাতৃৰ শৰীৰৰ পৰাই গৰ্ভজাত শিশুৰ শৰীৰক অক্সিজেন প্ৰবাহিত হৈ থাকে৷ এই অক্সিজেন প্ৰবাহিত হয় লোহিত ৰক্তকণিকাৰে৷

শিশু ভূমিষ্ঠ হোৱাৰ পাছতেই শিশুটিৰ হাওঁফাওঁৱে নিজাকৈ কাম কৰা আৰম্ভ কৰে৷ তেতিয়াই অতিৰিক্ত লোহিত কণিকাসমূহ ভাঙিবলৈ আৰম্ভ কৰে৷ লোহিত কণিকা ভাঙিলে তাৰ পৰা বিলিৰুবিন নামৰ হালধীয়া ৰঙৰ এক ৰঞ্জক পদাৰ্থ বাহিৰ হয়৷ এই বিলিৰুবিনৰ মাত্ৰা বেছি হোৱাকেই জণ্ডিছ বুলি কোৱা হয়৷ লোহিত ৰক্তকণিকা ভাঙি যি বিলিৰুবিন বাহিৰ হয় সেয়া যকৃতৰ মাজেৰে পাৰ হয়৷ যকৃতে অতিৰিক্ত বিলিৰুবিন চাঁকি লয়, বাকীখিনি শৰীৰত বিয়পি পৰে৷ কিন্তু সদ্যোজাত শিশুৰ যকৃৎ পৈণত নহয় সেয়ে বিলিৰুবিণ ছেঁকিব নোৱাৰে৷ তেতিয়াই জণ্ডিছৰ লক্ষণে দেখা দিয়ে শিশুৰ৷

সময়ৰ পূৰ্বেই ভূমিষ্ঠ হৈছে যদি শিশুটো প্ৰিমেছিউৰ৷ শিশুৰ জণ্ডিছত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে৷ মাতৃ আৰু সন্তানৰ তেজৰ গ্ৰুপ পৃথক পৃথক হ’লেও এনে হ’ব পাৰে৷ ধৰক মাতৃৰ তেজৰ গ্ৰুপ o+ আৰু শিশুটো যদি A+, B+হয় তেন্তে শিশুটি জণ্ডিছত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ মাতৃৰ যদি আৰএইছ নিগেটিভ তেজ হয় আৰু সন্তান যদি আৰএইছ পজিটিভ হয় তেন্তে শিশুটোৰ জণ্ডিছ ধৰা পৰে৷

কি কি লক্ষণে দেখা দিব শিশুটিৰ?

১. শিশুৰ ছাল, চকু হালধীয়া হৈ যাব৷

২. বিলিৰুবিনৰ মাত্ৰা সাধাৰণতে জন্মৰ ৩ৰ পৰা ৭ দিনৰ মাজত সকলোতকৈ বেছি হয়. তেতিয়াই এই সমস্যা বেছিকৈ লক্ষ্য কৰা যায়৷

৩. শিশুৰ চালত কোনো স্থানত লাহেকৈ চেপা মাৰিলে যদি সেই স্থান হালধীয়া হৈ পৰে তেন্তে বুজিব যে শিশুটি জণ্ডিছত আক্ৰান্ত হৈ পৰিছে৷

৪. হাতৰ তলুৱা, ভৰিৰ পতা হালধীয়া হ’লেও বুজিব যে শিশুটি জণ্ডিছত আক্ৰান্ত৷

৫. শিশুৰ প্ৰস্ৰাৱৰ ৰং মন কৰিব৷ যদি প্ৰস্ৰাৱ হালধীয়া ৰঙৰ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ মানি চলক৷

চিকিৎসকে জনোনা অনুসৰি প্ৰস্ৰাৱত হালধীয়া ৰং দেখিলে দ্ৰুত চিকিৎসা আৰম্ভ কৰক৷ জন্মৰ ৭ দিনৰ ভিতৰত জণ্ডিছ ধৰা পৰিলে বিশেষ ভয় নাথাকে৷ কিন্তু দেৰি হ’লেই শিশুৰ মস্তিষ্কত তাৰ প্ৰভাৱ পৰিবলৈ ধৰে৷ শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ আৰম্ভ হৈ যায়৷ তেতিয়াই জণ্ডিছ কিন্তু ভয়ৰ কাৰণ হৈ উঠে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026
Next Post
২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

এইবাৰ শাওন মাহত কেইটা সোমবাৰ? কি কি উপায়েৰে উপাসনা কৰিলে সন্তুষ্ট হ’ব মহাদেৱ?

এইবাৰ শাওন মাহত কেইটা সোমবাৰ? কি কি উপায়েৰে উপাসনা কৰিলে সন্তুষ্ট হ’ব মহাদেৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.