• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

2 years ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

5 minutes ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

55 minutes ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

2 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

2 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

3 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

4 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

5 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

5 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

14 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

14 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

15 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ

editor by editor
July 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৫ ৰ পৰা ভাল সময় আৰম্ভ ২ ৰাশিৰ, ৰাহুৰ গোচৰত আকস্মিক ধনলাভ আৰু সাফল্যৰ যোগ
0
SHARES
62.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰত এবাৰ ৰাশি পৰিবৰ্তন কৰে ৰাহুৱে৷ ছায়া গ্ৰহ ৰাহুৱে ৰাশিৰ পৰিবৰ্তন কৰিলে সমস্ত ৰাশিৰ জীৱন প্ৰভাৱিত হয়৷ বৰ্তমান মীন ৰাশিত ৰাহু বিৰাজমান৷ ২০২৫ চনৰ মে মাহ পৰ্যন্ত এই ৰাশিতেই থাকিব এই গ্ৰহ৷ ইয়াৰ পাছতেই ১৮ মে ২০২৫ৰ সন্ধিয়া ৪বজাত ৰাহুৱে কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ ২৪ নৱেম্বৰ ২০২৬ পৰ্যন্ত এই ৰাশিতেই ৰাহু গোচৰ কৰিব৷ শনিৰ ৰাশি কুম্ভ ৰাহুৰ উপস্থিতিত বেছ কিছু ৰাশিৰ জাতকৰ জীৱনলৈ ভাল খবৰ আহিব৷ কিছু কিছু ৰাশিৰ জাতক সতৰ্ক হৈ থাকক৷ জ্যোতিষ গণনা অনুসৰি ৰাহুৰ কুম্ভত গোচৰৰ ফলত ২০২৫-২৬ দুই ৰাশিৰ সময় খুব ভালকৈ কটাব৷ এই সময়ত কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব?

মকৰ ৰাশি

জ্যোতিষ গণনা অনুসৰি কুম্ভত ৰাহুৰ গোচৰৰ ফলত মকৰ ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব৷ আপোনাৰ ৰৈ থকা কাম সম্পন্ন হ’ব ৷ আকস্মিক ধনলাভৰ যোগ তৈয়াৰ হৈছে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম পুনৰাই আৰম্ভ কৰিব৷ ব্যৱসায়ত সাফল্যাৰ যোগ আছে৷ দীৰ্ঘদিনৰ অৰ্থাভাৱৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ঋণমুক্ত হোৱাৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব৷ ধৈৰ্য্য ধৰি কাম কৰিলে সাফল্য লাভ সম্ভৱ৷ জীৱনত চলি থকা টনা আঁজোৰা শেষ হ’ব৷ ভাগ্যৰ সংগ পাব৷ কামৰ কাৰণে বিদেশযাত্ৰাৰ সুযোগ পাব৷

কুম্ভ ৰাশি

এই ৰাশিৰ লগ্ন স্থানত উপস্থিত থাকিব ৰাহু৷ শনি আৰু ৰাহুৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আছে৷ এই পৰিস্থিতিত কুম্ভৰ জাতক লাভাম্বিত হ’ব৷ জীৱনত ভাল কামত আগবাঢ়িব৷ পৰিয়ালৰ মাজত চলা বিবাদ সমাপ্ত হ’ব৷ চাকৰিয়াৰ সাফল্য লাভ সম্ভৱ৷ অন্য চাকৰিৰৰ সন্ধান কৰি থকাসকলে এই সময়ত নতুন চাকৰি পাব৷ আয়ৰ উৎস উন্মুক্ত হ’ব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ প্ৰেম জীৱনৰ বাবে এই সময় শুভ৷ ইচ্ছাপূৰণ হ’ব৷ সন্তুষ্ট আৰু প্ৰসন্ন থাকিব আপুনি৷ শ্বেয়াৰ মাৰ্কেট বা বেটিঙত ভাল পৰিমানে অৰ্থ উপাৰ্জন কৰিব৷ চিন্তাভাৱনা নকৰাকৈ কোনো কাম নকৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
Next Post
সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?

সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?

কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.