• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?

সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?

2 years ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

58 minutes ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

1 hour ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

2 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

3 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

4 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

4 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

7 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

7 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

7 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

8 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?

সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?

editor by editor
July 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সমগ্ৰ বিশ্বত বিয়পি পৰিব সাম্যবাদ, কিমান চনত বিশ্বত সাম্যবাদ প্ৰতিষ্ঠা হ’ব বুলি ভৱিষ্যদ্বাণী দিছে বাবা ভাংগাই?
0
SHARES
869
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিতেই জীয়াই থাকে মানুহ৷ কাইলৈ কি হ’ব কোনোৱে নাজানে৷ কিন্তু পৃথিৱীত এনে কিছু অলৌকিক ঘটনা ঘটিছে, যাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল সেই ঘটনা আখৰে আখৰে মিলিও গৈছে৷ এনে এক ব্যক্তিত্ব হৈছে বাবা ভাংগা৷ প্ৰিন্সেছ ডায়ানাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি ৯/১১ৰ আক্ৰমণ, ব্ৰেক্সিটক লৈ অতীতত এনে বহু ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই৷ যি পৰবৰ্তী সময়ত মিলি গৈছে৷ আগন্তুক ২০২৫ বৰ্ষক লৈ কেইবাটাও ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই৷

প্ৰতি বছৰৰ দৰে ২০২৪ চনৰ বাবেও ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই৷ যাৰ মাজত আছে কৰ্কটৰ দৰে মাৰণ ৰোগৰ ঔষধৰ আৱিষ্কাৰ, বিশ্ব জুৰি আৰ্থিক মন্দা আৰু ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ৷ এই ভৱিষ্যদ্বাণী কিমান সঁচা হ’ব সেয়া জনা নাযায় যদিও ২০২৫ক লৈ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ এতিয়া বহুতে ভয়ো খাব ধৰিছে৷

বুলগেৰিয়াত জন্মগ্ৰহণ কৰিছিল বাবা ভাঙ্গাই৷ নাম শুনি পুৰুষ ধাৰণা আহিলেও বাবা ভাঙ্গা হৈছে এগৰাকী মহিলাহে৷ মাত্ৰ ১২ বছৰ বয়সত বজ্ৰপাত পৰি দুটা চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল বাবা ভাঙ্গাই৷ ইয়াৰপাছতেই তেওঁৰ অন্তৰ্দৃষ্টি খোল খাই যায়৷ সমগ্ৰ বিশ্বৰ বিভিন্ন ঘটনাক লৈ ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাংগাই৷ ১৯৯৬ চনত মৃত্যু হৈছে বাবা ভাঙ্গাৰ৷ তেওঁৰ মৃত্যুৰ পাছলৈকে বহু বছৰৰ ভৱিষ্যদ্বাণী মৃত্যুৰ পূৰ্বেই কৰি গৈছে৷

২০২৫ক লৈ কি কি ভৱিষ্যদ্বাণী?

২০২৫ চনত প্ৰলয়ৰ সূচনা হ’ব বুলি উল্লেখ কৰিছে বাবা ভাঙ্গাই৷ তেওঁৰ ভৱিষ্যদ্বাণী অনুসৰি আগন্তুক ২০২৫ চনৰ পৰাই মানৱজাতিৰ পতন আৰম্ভ হ’ব৷ দেখা দিব প্ৰলয়ে৷ ইউৰোপত এনে কোনো ভয়ংকৰ সংঘৰ্ষ হ’ব যিয়ে সমগ্ৰ মহাদেশৰ জনসংখ্যাক ব্যপকভাৱে প্ৰভাৱিত কৰিব৷ ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতেই পৰিব৷

কেৱল ২০২৫ চনতেই নহয় ইয়াৰ পাছৰ বছৰসমূহত চমকপ্ৰদ আৰু ভয়ংকৰ ঘটনাৰ ভৱিষ্যদ্বাণী কৰি গৈছে৷ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৮ চনত মানুহ শুক্ৰ গ্ৰহলৈ যাব৷ ২০৩৩চনৰ মাজত জলবায়ুত ভয়ংকৰ পৰিবৰ্তন হ’ব৷ গলি যাব উত্তৰ মেৰুৰ হিমশৈলী, ইয়াৰ ফলত জলস্তৰ ব্যাপকভাৱে বাঢ়ি যাব৷

২০৭৬ চনত বিশ্বজুৰি কমিউনিজম বা সাম্যবাদ বিয়পি পৰিব৷ ২১৩০ চনত ভিনগ্ৰহীসকলৰ সংস্পৰ্শলৈ আহিব মানুহ৷ ২১৭০ চনত বিশ্বজুৰি ভয়ংকৰ খৰাঙে দেখা দিব৷ বাবা ভাঙ্গাৰ সকলোতকৈ ভয়ংকৰ ভৱিষ্যদ্বাণীটো ৩০০৫চনক লৈ আছে৷ সেইবছৰ পৃথিৱী আৰু মঙলৰ মাজত যুদ্ধ হ’ব৷ ৩৭৯৭ চনত মধ্য পৃথিৱী আৰু বাসযোগ্য হৈ নাথাকিব৷ ৫০৭৯ চনত সমগ্ৰ পৃথিৱী ধ্বংস হৈ যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
Next Post
কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

কষ্ট কৰিও এইকেইটা ভুলৰ বাবেই সফল হ’ব পৰা নাই আপুনি, কি কি ভুল নকৰিব?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.