• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট

বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট

2 years ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

6 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

29 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

45 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট

বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট

editor by editor
July 29, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
বিয়াৰ আঙঠি হে’ৰাল, অলিম্পিকৰ খেলৰ মাজতে পত্নীক ক্ষমা খুজি এজন এথলিটৰ বিশেষ প’ষ্ট
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ চহৰ পেৰিছত এইবাৰ অলিম্পিক৷ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অলিম্পিক গেমছত ভাগ ল’বলৈ বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ ভিৰ৷ শ্যেন নদীৰ পাৰত হোৱা উদ্বোধনী অনুষ্ঠানে বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি কাঢ়িছে৷ শ্যেন নদীৰ বুকুত উদ্বোধনী অনুষ্ঠান৷ এনে অনুষ্ঠান অলিম্পিকৰ ইতিহাসত কাহানিও হোৱা নাই৷ একাধিক দেশৰ ক্ৰীড়া মহাৰথীৰে উজ্বলি উঠিছিল শ্যেন নদীৰ বুকু৷ ২০৬ টা অলিম্পিক নেশ্ব্যনেল টিম আৰু আই অ চি ৰিফিউজি অলিম্পিক টীমক আদৰণি জনাইছে ফ্ৰান্সে৷ একোখন দেশক প্ৰতিনিধিত্ব কৰি অলিম্পিকক প্ৰতিনিধিত্ব কৰা একোজন খেলুৱৈৰ বাবে গৰ্বৰ বিষয়৷ আৰু যদি কোনো এথলিটে দেশৰ পতাকা কঢ়িওৱাৰ সুযোগ পায় তেন্তে সেয়া আৰু গৌৰৱৰ বিষয়৷

দেশৰ পতাকা কঢ়িয়াবলৈ গৈ বিৰাট ডাঙৰ ভুল কৰি মানসিকভাৱে ভাঙি পৰিছে এতিয়া ইটালীৰ এগৰাকী খেলুৱৈ৷ ইটালীৰ হাই জাম্পাৰ গিয়ানমাৰ্কো তাম্বেৰিয়ে দিছে বিশেষ ইনষ্টাগ্ৰাম প’ষ্ট৷ প’ষ্টযোগে তেওঁ পত্নীক ক্ষমা খুজিছে৷ দুখেৰে তেওঁ পত্নীক উদ্দেশ্যি লিখিছে কেইটামান বাক্য৷ উদ্বোধনী অনুষ্ঠানত দেশৰ হৈ পতাকা কঢ়িয়াবলৈ গৈ তেওঁ হেৰুৱাই পেলাইছে বিয়াৰ আঙঠি৷  দেশৰ পতাকা কঢ়িওৱাৰ উত্তেজনাত তেওঁৰ হাতৰ পৰা বিয়াৰ আঙঠি কেতিয়া সৰি পৰিল তেওঁ গমকে নাপালে৷ আঙঠিটো নদীৰ বুকুত পৰি যায়৷ যাৰবাবে দুখ প্ৰকাশ কৰি হাই জাম্পাৰ গিয়ানমাৰ্কোয়ে পত্নীৰ সৈতে থকা ৪খনকৈ ফটো শ্বেয়াৰ কৰি ক্ষমা খুজিছে পত্নীৰ ওচৰত৷ তেওঁ লিখিছে, ‘মই অতিকৈ দুঃখিত মৰমী৷ সঁচাকৈয়ে মোৰ খুব দুখ লাগিছে৷ তাত পানী বহুত আছিল৷ বিগত কেইবামাহ ধৰি মোৰ ওজনো যথেষ্ট কমিছে৷ লগতে খেলৰ উত্তেজনাও৷ মোৰ হাতৰ আঙঠিতো কেনেকৈ পৰি গ’ল গমকে নাপালো৷ মোক ক্ষমা কৰিবা৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
Next Post
কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.