• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

2 years ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

17 minutes ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

54 minutes ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

3 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

3 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

4 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

6 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

6 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

7 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

8 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

9 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

9 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?

editor by editor
July 29, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত
0
কৰ্কটৰ সৈতে কঠিন যুদ্ধ, তিনি সন্তান, পত্নী থকাসত্ত্বেও অকলে থাকে কিয় সঞ্জয় দত্ত?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ সঞ্জু বাবা অৰ্থাৎ, সঞ্জয় দত্তৰ জন্মদিন৷ সঞ্জয় দত্তই ৬৫ বছৰত ভৰি দিলে৷ এই বিশেষ দিন উপলক্ষ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে সঞ্জয় দত্তৰ এটা বিশেষ ভিডিঅ’৷ বিশেষ ভিডিঅ’টোত মিউজিক জকি হৈছে সঞ্জয় দত্ত৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত সঞ্জয় দত্তৰ কন্যা ত্ৰিশলাক দেখা গৈছে তেওঁৰ পিতৃৰ জন্মদিনৰ শুভেচ্ছা জনোৱা৷ তিনি সন্তানৰ পিতৃ হৈয়ো কিয় সকলোৰে পৰা পৃথকে থাকে সঞ্জয় দত্ত? ক’ত বাস কৰে সঞ্জয় দত্তৰ তিনি সন্তানে? সঞ্জয় দত্ত তেওঁৰ তিনি সন্তানৰ ওচৰত এগৰাকী ছুপাৰহীৰতকৈ কোনো গুণে কম নহয়৷

তেওঁক বলীউডৰ খলনায়ক বা সঞ্জু বাবা বুলিও কোৱা হয়৷ কিন্তু তিনি সন্তানৰ দৃষ্টিত তেওঁ নায়ক৷ কৰ্কটৰ সৈতে যুদ্ধ কৰি বৰ্তমান তেওঁ তিনি সন্তানক লৈ সুখৰ সংসাৰ যাপন কৰিছে৷ তেওঁৰ জন্মদিন উপলক্ষে কন্যা ত্ৰিশলাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ য’ত তেওঁ মিউজিক জকি হিচাপে প’জ দিছে৷ তেওঁৰ তিনি সন্তান আৰু স্ত্ৰী মান্যতা থকা স্বত্ত্বেও কিয় মুম্বাইৰ এটা ফ্লেটত অকলে থাকে সঞ্জয় দত্ত৷ ত্ৰিশলা সঞ্জয় দত্ত আৰু ৰিচা শৰ্মাৰ কন্যা৷ শৈশৱৰ পৰা তেওঁ আইতাক আৰু ককাকৰ সৈতে নিউৱৰ্কত থাকে৷ মাজে মাজে তেওঁ সঞ্জয় দত্তক লগ পৰে৷ ত্ৰিশলাৰ বয়স বৰ্তমান ৩৬ বছৰ৷ বৰ্তমানলৈকে ত্ৰিশলাই বিবাহপাশত আৱদ্ধ হোৱা নাই৷

অন্যহাতে সঞ্জয়ৰ যমজ সন্তান শাহৰাণ আৰু ইকৰাই তেওঁলোকৰ পঢ়াশুনাৰ বাবে দূৰত থাকে৷ মানতাই তেওঁ দুই সন্তান শ্বাহৰাণ আৰু ইকৰাক লৈ ডুবাইত থাকে৷ সঞ্জয় দত্তই এক সাক্ষাৎকাৰত কৈছিল যে দুই সন্তানক ডুবাইলৈ পঠিওৱাৰ কোনো পৰিকল্পনা নাছিল৷ কিন্তু কভিডৰ কাৰণে তেওঁ এই সিদ্ধান্ত ল’বলগীয়া হয়৷

সম্প্ৰতি সঞ্জয় দত্তক অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত তেওঁৰ স্ত্ৰী আৰু মান্যতা দুই সন্তানৰ সৈতে দেখা গৈছিল সঞ্জয় দত্তক৷ সঞ্জয় দত্তৰ জন্মদিনত স্ত্ৰী মান্যতাই এই আৱেগঘন পোষ্ট শ্বেয়াৰ কৰি লিখিছিল, ‘শুভ হওক… মোৰ জীৱনসংগীৰ ওপজা দিন৷ তেওঁ আমাৰ সকলোতকৈ শক্তিশালী আৰু লাইফ চাপৰ্ট চিষ্টেম৷ আপোনাৰ ভিতৰৰ পোহৰে সমস্ত বাধা অতিক্ৰম কৰি যাব৷ কোনো অসুবিধা আৰু চেলেঞ্জক অতিক্ৰম কৰাৰ উপায় আপুনি জানে৷ আপুনি কেৱল মূল্যবান নহয় মোৰ বাবে আপুনি বিশেষো৷ যিয়ে তোমাক তেওঁলোকৰ সমস্ত হৃদয়েৰে ভালপায় তেওঁলোকৰ বাবেই আপুনি ভালে থাকক৷ বহুত ভালপোৱা আপোনালৈ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!
জীৱনশৈলী

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

July 7, 2026
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 7, 2026
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
Next Post
শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত…! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত...! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.