• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত…! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত…! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

2 years ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

24 seconds ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

23 minutes ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত…! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত...! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

editor by editor
July 29, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত…! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ অলিম্পিকত ইতিহাস গঢ়িলে৷ প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ অলিম্পিকত তেওঁ লাভ কৰিছে পদক৷ মনু ভাকেৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া ৰণাংগনত৷ অলপমানৰ বাবেই তেওঁ লাভ নকৰিলে ৰূপৰ পদক৷ মনু ভাকেৰৰ এই সফলতাৰ পাছতেই এতিয়া চৰ্চাত মনু৷ মনুৰ এই সফলতা একক নহয় ইয়াৰ আঁৰত আছে কেন্দ্ৰ চৰকাৰো৷ কেন্দ্ৰ চৰকাৰে তেওঁৰ প্ৰেকটিছৰ বাবে কিমান ধন ব্যয় কৰিছিল জানেনে?

মনু ভাকেৰৰ প্ৰেকটিছৰ বাবে কেন্দ্ৰই কিমান ধন ব্যয় কৰিছিল সেই হিচাপ দাঙি ধৰিছে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যই৷ ১০ মিটাৰ এয়াৰ পিষ্টলত তেওঁৰ সাফল্যৰ পাছতেই দেশজুৰি মনুক লৈ উন্মাদনা চলিছে৷ তেওঁৰ হাতত ধৰিয়েই পেৰিছ অলিম্পিকত পদকৰ যাত্ৰা আৰম্ভ কৰিছে টিম ইণ্ডিয়াই৷ ভাৰত চৰকাৰৰ টাৰ্গেট অলিম্পিক পোডিয়াম স্কিমৰ অংশ মনু৷ মনুৰ জয়ক লৈ মাণ্ডব্যই কয়, ‘পেৰিছ অলিম্পিকত ব্ৰঞ্জ জয় কৰি সমগ্ৰ ভাৰতবাসীক গৰ্বিত কৰিছে মনুৱে৷ মেচৰ পাছতেই মনুৱে কৈছিল যে খেলো ইণ্ডিয়াক এগৰাকী সদস্য মনু৷ মই গৰ্বৰে সৈতে ক’ব পাৰো যে প্ৰধানমন্ত্ৰী মোদীৰ তত্ত্বাবধানত খেলো ইণ্ডিয়া আৰম্ভ হৈছে৷ খেলৰ পৰিকাঠামোৰ উন্নয়ন হৈছে৷ ভাল ভাল কোচ অনা হৈছে দেশলৈ৷ প্ৰতিভা বিচাৰি উলিয়াই আগুৱাই নিয়াই খেলো ইণ্ডিয়াৰ লক্ষ্য৷ ক্ৰীড়াবিদসকলে যাতে কোনো আৰ্থিক সমস্যাত নপৰে সেই দিশটোতো নজৰ দিয়া হৈছে৷’

মাণ্ডব্যই লগতে কয়, ‘মনুৰ প্ৰেকটিছৰ বাবে মুঠ ২ কোটি ধন খৰচ হৈছে৷ চৰকাৰী খৰচতেই তেওঁক জাৰ্মানী আৰু ছুইজাৰলেণ্ডলৈ পঠিওৱা হৈছিল৷ মনুৰ ট্ৰেইনিঙৰ বাবে প্ৰায় ২কোটি টকা খৰচ হৈছে৷ যেনে কোচ বিচাৰিছিল তেনে কোচেই আমি আনি দিছিলো মনুক৷ আমি এথলিটসকলৰ বাবে এনে এক পৰিবেশ তৈয়াপ কৰিব খুজিছো য’ত খেলুৱৈক আমি সৰ্বোচ্চ দিব পাৰো৷ আৰু খেলুৱৈয়েও নিজৰ সৰ্বচ্ছ দিব পাৰে৷ সেয়া লাগিলে জাতীয় স্তৰতেই হওক বা আন্তৰাষ্ট্ৰীয় স্তৰতেই হওক৷ আমাৰ বিশ্বাস পেৰিছ অলিম্পিকত আৰু ভাল খেল খেলিব আমাৰ এথলিটসকলে৷ আকৌ আমাৰ সপোন পূৰণৰ যুঁজত নামিব মনু৷ ১০ মিটাৰ এয়াৰ পিস্তলৰ মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদকৰ মেচত সৰবজিৎ সিঙৰ সৈতে যুঁটি বান্ধি নামিব মনু৷ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে যুঁজ দিব ভাৰতীয় যুঁটিটোৱে৷ এই যুঁজৰ বাবে আমিও অপেক্ষাৰত৷’

মনুক লৈ ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যই এই পোষ্ট দিয়াৰ পাছতেই দেশজুৰি চৰ্চা হৈছে আন এক বিষয়ো৷ একাংশ নেটিজেনৰ মত, ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে এই প’ষ্ট দিয়াৰ আঁৰত আছে অন্য কাৰণো৷ ইতিমধ্যেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে মনুৰ এটা পুৰণি টুইট৷ হাৰিয়ানাৰ তৎকালীন ক্ৰীড়ামন্ত্ৰী অনিল ভিজেৰৰ সৈতে এক্স হেণ্ডেলত হোৱা মনুৰ বাগযুদ্ধৰ ঘটনা ভাইৰেল কৰিছে নেটিজেনে৷

ভাইৰেল পষ্টটো এতিয়াৰ নহয়৷ ২০১৮ চনত যুৱ অলিম্পিকত সোণ জয় কৰিছিল মনুৱে৷ প্ৰথম ভাৰতীয় হিচাপে সেই কৃতিত্ব অৰ্জন কৰিছিল ভাৰতীয় তৰুণ শ্বুটাৰ গৰাকীয়ে৷ তেওঁৰ এই সাফল্যৰ পাছতেই হাৰিয়ানাৰ তৎকালীন ক্ৰীড়ামন্ত্ৰীয়ে টুইট কৰি জনাইছিল যে, চৰকাৰৰ তৰফৰ পৰা তেওঁক ২ কোটি টকাৰ আৰ্থিক সাহায্য দিয়া হ’ব৷ ইয়াৰ সৈতে তেওঁ সংযোগ কৰি লিখিছিল যে, পুৰণি চৰকাৰসমূহে কেৱল মাত্ৰ ১০লাখ টকাহে দিছিল৷ আমাৰ চৰকাৰে ২কোটি টকা দিম৷’

এই ঘোষণাৰ তিনি মাহৰ পাছতো যেতিয়া সেই সাহায্য লাভ কৰা নাছিল মনুৱে তেতিয়াই তেওঁ ২০১৯ চনৰ জানুবাৰী মাহত এক্স হেণ্ডেলত তৎকালীন ক্ৰীড়ামন্ত্ৰীগৰাকীৰ প’ষ্টটো শ্বেয়াৰ কৰি প্ৰত্তুত্তৰত সুধিছিল, ‘দয়া কৰি সঁচা কথা কওক৷ এই ঘোষণাটো সঁচাই আছিলনে? নে এয়াও এক ঝুমলা?’ এই ঘটনাত ক্ষিপ্ত হৈ হাৰিয়ানাৰ তৎকালীন ক্ৰীড়ামন্ত্ৰীয়ে দাবী কৰে যে, মনুৱে তেওঁৰ ওচৰত ক্ষমা খুজিব লাগিব৷ শ্বুটাৰৰ কাম হৈছে নিজৰ খেলত মনোযোগ দিয়া এইবোৰত নহয়৷

তিক্ত সেই ঘটনাৰ ৫বছৰ পাৰ হৈছে৷ প্ৰথম ভাৰতীয় মহিলা হিচাপে অলিম্পিকত শ্বুটিঙতেই পদক আনিছে মনুৱে৷ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যই জনাইছে যে মনুৰ প্ৰেকটিছৰ বাবেই ২ কোটি টকা খৰচ হৈছে৷ চৰকাৰী খৰচতেই তেঁওক জাৰ্মানী, ছুইজাৰলেণ্ডলৈ পঠিওৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
Next Post
দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

হৃদয়েই মিলি গ’ল বৰ্ডাৰনো কি? প্ৰেমৰ বাবেই পাকিস্তান এৰি ভাৰতৰ মাটিত ভৰি থলে মেহৱিছে, ক’ত এই ঘটনা?

হৃদয়েই মিলি গ’ল বৰ্ডাৰনো কি? প্ৰেমৰ বাবেই পাকিস্তান এৰি ভাৰতৰ মাটিত ভৰি থলে মেহৱিছে, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.