• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিং ৰোড কি, কেতিয়া মুকলি হ’ব চান্দমাৰি আৰু যোৰহাট ফ্লাই অভাৰ সকলো সদৰি মুখ্যমন্ত্ৰীৰ

ৰিং ৰোড কি, কেতিয়া মুকলি হ’ব চান্দমাৰি আৰু যোৰহাট ফ্লাই অভাৰ সকলো সদৰি মুখ্যমন্ত্ৰীৰ

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

41 minutes ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

53 minutes ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

1 hour ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

2 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

2 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

3 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

4 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

4 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

5 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

7 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰিং ৰোড কি, কেতিয়া মুকলি হ’ব চান্দমাৰি আৰু যোৰহাট ফ্লাই অভাৰ সকলো সদৰি মুখ্যমন্ত্ৰীৰ

editor by editor
August 3, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰিং ৰোড কি, কেতিয়া মুকলি হ’ব চান্দমাৰি আৰু যোৰহাট ফ্লাই অভাৰ সকলো সদৰি মুখ্যমন্ত্ৰীৰ
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিং ৰোড কি, কেতিয়া মুকলি হব চান্দমাৰি আৰু যোৰহাট ফ্লাই অভাৰ সকলো সদৰি মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে লাইভ আহি কসলো সুখবৰ ৰাইজৰ বাবে সদৰি কৰে। সদৰি কৰা অনুসৰি গুৱাহাটীত নিৰ্মাণ হ’ব ৰিং ৰোড। এই ৰিং ৰোডৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নীতিন গাডকাৰীয়ে এই মেগা প্ৰকল্পৰ বাবে ৫৭২৯ কোটি টকাৰ অনুমোদন জনাইছে। এই প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ ৫৭২৯ কোটি লগতে ৰাজ্য চৰকাৰে ১০০০ কোটি টকা খৰচ কৰিব।

এই ৰিং ৰোড হব দক্ষিণ পূৰ এছিয়াৰ গেটৱে। ১২১ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰিং ৰোড চিনিটা খণ্ডত নিৰ্মাণ কৰা হব। উত্তৰ গুৱাহাটী বাইপাছ ৫৫.৫৮ কিলোমিটাৰ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰি ৬ লেন যুক্ত নিৰ্মাণ আৰু ২৭ নে ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানৰ বাইপাছৰ উন্নতি কৰি ৫৮ কিলোমিটাৰৰ সৈতে সংযুক্ত হব এই ৰিং ৰোড।

ইয়াৰ পাছতে ৰাজ্যত নিৰ্মাণ হব আৰু দুটা প্ৰকল্প। এটা কাজিৰঙাৰ ওপৰত নিৰ্মাণ হব ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ। আনটো গোলাঘাট-গহপুৰৰ মাজত এটা সুৰংগৰে অহা যোৱা কৰিব পৰা পথ নিৰ্মাণ হব।

আজিৰ দিনটোও ৰাজ্যৰ বাবে বিশেষ। ২৭ হাজাৰ কোটি টাকেৰ নিৰ্মাণ কাম আৰম্ভ হব ছেমি কন্ডাক্ট প্ৰকল্প। আজি ভুমি পূঁজনেৰে আৰম্ভ হব এই প্ৰকল্পৰ। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰ চেখৰে আৰম্ভ কৰি এই কাৰ্যৰ। অহা ১৮ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব এই প্ৰকল্পৰ।

আনহাতে বহু দিনৰে পৰা ৰাইজৰ মাজত উত্থাপন হৈ থকা প্ৰশ্ন, কেতিয়া সম্পূৰ্ণ হব চান্দমাৰি অভাৰ ব্ৰীজ। সেই সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লাইভ ভিডিঅত সদৰি কৰা অনুসৰি, অহা বৰ্ষ ২০২৫ চনৰ বহাগ বিহুৰ সময়ত সম্পূৰ্ণ কৰা হব নুনমাটিৰ পৰা চান্দমাৰিলৈ অভাৰ ব্ৰীজ অংশ। যি অভাৰ ব্ৰীজে চান্দমাৰীৰ পৰা তিনিআলিলৈ আহ- যাহ কৰিব পৰা যাব। আনহাতে চান্দমাৰিৰ বাকি অংশ ২০২৬ৰ বহাৰ বিহুৰ আগে আগে সম্পূৰ্ণ হব। এই অংশ হব চান্দামাৰিৰ পৰা দীঘলি পুখুৰী অংশ।

ইয়াৰ উপৰিও বহু দিনৰে পৰা কাম চলি থকা যোৰহাট চিকিত্সা মহাবিদ্যালয়ৰ সমুখত থকা ফ্লাইঅভাৰৰো নিৰ্মাণ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰাৰ কথা আছিল, পাছে সেই কাম সময়ত হৈ নুঠে। কিন্তু এতিয়া সেই ফ্লাইঅভাৰ চলিত বৰ্ষৰ দূৰ্গা পূজাৰ মহা পঞ্চমীৰ দিনা সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamGuwahati roadGuwhatiRing RoadRing Road GuwahatiSemi Conduct
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ

মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ

অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.