• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

2 years ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

37 minutes ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

49 minutes ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 hour ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

2 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 hours ago
মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

3 hours ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

18 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

18 hours ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

19 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

20 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

মহিলাৰ চুলিত অজস্ৰ ওকণি! ওকণিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?

editor by editor
August 6, 2024
in জীৱনশৈলী, বিশ্ব
0
মহিলাৰ চুলিত অজস্ৰ ওকনি! ওকনিৰ বাবেই এখন ফ্লাইটৰ জৰুৰী অৱতৰণ, ক’ত এই ঘটনা?
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেডিকেল বা অন্যান্য ইমাৰ্জেন্সিত বিমানৰ জৰুৰি অৱতৰণ নতুন কথা নহয়৷ কিন্তু এইবাৰ এক অদ্বুত কাৰণত জৰুৰী অৱতৰণ কৰিলে নিউয়ৰ্কগামী আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানে৷ ইয়াৰ কাৰণ হ’ল বিমানৰ যাত্ৰীসকলৰ মাজত হোৱা এক বিভ্ৰান্তি৷ এই জৰুৰী অৱতৰণৰ কাৰণ কি আছিল?

বহুতেই শুনি হাঁহিছে যদিও এয়াই সত্য৷ বিগত জুন মাহত লছ এঞ্জেলছৰ পৰা নিউয়ৰ্কগামী আমেৰিকাৰ এখন বিমানে উৰণ আৰম্ভ কৰিছিল মাত্ৰ৷ কিন্তু নিউয়ৰ্ক পোৱাৰ আগতেই আকৌ অহা বাটে উভতিল বিমানখন৷ তাৰপিছতেই বিমানৰ জৰুৰী অৱতৰণ৷ ইয়াৰ অন্যতম কাৰণ হ’ল ফ্লাইটত এগৰাকী মহিলা যাত্ৰীৰ মূৰত থকা ওকনিৰ কিলবিলনি৷ যাত্ৰীসকলৰ নিৰাপত্তাৰ বাবেই বিমানখনে জৰুৰী অৱতৰণ কৰে৷ নিজৰ এক টিকটক ভিডিঅ’ প্ৰকাশ কৰি এই দাবী কৰিছে সেই বিমানৰ এগৰাকী যাত্ৰী ইথান জুডেলছনে৷

জুডেলছনৰ অভিযোগ, আমেৰিকান এয়াৰলাইন্সৰ এই জৰুৰী অৱতৰণৰ কোনো কাৰণ তেওঁলোকে জনোৱা নাই৷ হঠাৎ ফ্লাইটখন অৱতৰণ কৰাই৷ এনেকৈ অৱতৰণ কৰা দেখি প্ৰথমে ইথানো আচৰিত হৈছিল৷ বিমানত কোনো অসুস্থ ব্যক্তিও তেওঁৰ চকুত পৰা নাছিল৷ বিমানখনে অৱতৰণ কৰাৰ লগে লগেই এগৰাকী মহিলা ফ্লাইটৰ পৰা লগে লগে নামি যায়৷ তেতিয়াই তেওঁ অন্য যাত্ৰীৰ সৈতে মহিলাগৰাকী ওলাই যোৱা সন্দৰ্ভত কথা বতৰা পাতে৷

তাৰপাছতেই সংস্থাৰ তৰফৰ পৰা জনোৱা হয় যে ১৫ জুনত লছ এঞ্জেলছৰ পৰা নিউয়ৰ্কগামী আমেৰিকান এয়াৰলাইন্সৰ ফ্লাইট ২২০১য়ে জৰুৰী অৱতৰণ কৰে৷ এগৰাকী যাত্ৰীৰ মেডিকেল ইমাৰজেন্সিৰ কাৰণেই এই সিদ্ধান্ত লোৱা হৈছিল৷ প্ৰত্যেক যাত্ৰীলৈকে অৱতৰণৰ পাছত একোটাকৈ মেইল আহে৷ ১২ ঘণ্টা বিশ্ৰামৰ পাছত আকৌ সেই বিমান নিউয়ৰ্কলৈ উৰা মাৰে৷ কিন্তু সংস্থাৰ বিবৃত্তিত সন্তুষ্ট নহ’ল ইথান৷ তেওঁৰ মতে ঘটনা বেলেগ৷ তেওঁৰ সহযাত্ৰীৰ সৈতে হোৱা আলোচনাত গম পাইছে যে ওকনিৰ বাবেই এগৰাকী মহিলাক এই ফ্লাইটৰ পৰা নমাই দিয়া হৈছে৷ অত্যধকি  ওকনি দেখি কাষত বহা মহিলাগৰাকীয়ে বিমানসেৱিকাক কমপ্লেন দিয়ে৷ তেতিয়াই অন্যন্য যাত্ৰীৰ কথা ভাৱি বিমানৰ পৰা ওকনি থকা মহিলাগৰাকীক নমাবলৈকে জৰুৰী অৱতৰণ কৰে ফ্লাইটে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ
জীৱনশৈলী

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

June 4, 2026
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?
ক্ৰীড়া

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

June 4, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
স্বাস্থ্য

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

June 4, 2026
Next Post
‘সোণ জয় কৰি দেশলৈ উভতিম…’ ফাইনেলত প্ৰৱেশ কৰিলেই মাতৃক ক’লে বিনাশে, কান্দি  উঠিল বিনেশৰ কোচ

‘সোণ জয় কৰি দেশলৈ উভতিম...’ ফাইনেলত প্ৰৱেশ কৰিলেই মাতৃক ক’লে বিনাশে, কান্দি উঠিল বিনেশৰ কোচ

শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত

শনিৰ গতিত বৃহৎ পৰিবৰ্তন, আকস্মিক ধনলাভৰ যোগ ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.