• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭.১ প্ৰাবল্যৰ ভয়ংকৰ ভুমিকম্প, এতিয়া ছুনামিৰ আশংকা

৭.১ প্ৰাবল্যৰ ভয়ংকৰ ভুমিকম্প, এতিয়া ছুনামিৰ আশংকা

2 years ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

32 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

59 minutes ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

2 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

2 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

3 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

3 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

5 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

6 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

6 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭.১ প্ৰাবল্যৰ ভয়ংকৰ ভুমিকম্প, এতিয়া ছুনামিৰ আশংকা

editor by editor
August 8, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৭.১ প্ৰাবল্যৰ ভয়ংকৰ ভুমিকম্প, এতিয়া ছুনামিৰ আশংকা
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭.১ প্ৰাবল্যৰ ভয়ংকৰ ভুমিকম্প, এতিয়া ছুনামিৰ আশংকা

ভূমিকম্পৰ বাবে পুনৰ কঁপি উঠিল জাপান, বহু চহৰত কম্পন অনুভৱ হয়। বৃহস্পতিবাৰে পুনৰ দক্ষিণ জাপানত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ পিছত জাপানে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। দক্ষিণ জাপানত ০৭:৫০ জিএমটি বজাত ছুনামীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

জাপান বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক সতৰ্কবাণী। ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা ৭.১ প্ৰাবল্য। জাপানৰ মিয়াজাকি অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।

প্ৰবল ভূমিকম্পৰ বাবে ছুনামীৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। জাপানৰ উপকূলীয় অঞ্চল বিশেষকৈ মিয়াজাকি, কোচি, ইহিমে, কাগোছিমা আৰু আইটাৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে এটা টাস্ক ফ’ৰ্চো গঠন কৰিছে।

কিউছু চহৰৰ ভূমিকম্পৰ কেন্দ্ৰ প্ৰায় ৮.৮ কিলোমিটাৰ তলত আছিল । সেয়েহে মিয়াজাকি, কোচি, কাগোছিমা আৰু ইহিমে চহৰত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে। কিউছুৰ মিয়াজাকিত দেখা গৈছে এক মিটাৰ উচ্চতাৰ সাগৰৰ ঢৌ।

প্ৰাপ্ত খবৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু নিচিনানৰ পৰা ২০ কিলোমিটাৰ উত্তৰ-পূবে ২৫ কিলোমিটাৰ গভীৰতাত আছিল। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি জাপানৰ দক্ষিণৰ কিউছু আৰু শ্বিকোকু দ্বীপসমূহৰ উপকূলীয় অঞ্চলসমূহৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি মিয়াজাকিৰ উপকূলৰ পৰা ২০ মাইলতকৈও কম দূৰত্বত এই ভূমিকম্পটো সংঘটিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: \7.1 Richter scaleearthquakejapanjapan earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?
জীৱনশৈলী

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

May 15, 2026
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা
জীৱনশৈলী

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

May 15, 2026
Next Post
সিংহ সংক্ৰান্তিত জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ ভাগ্য, সূৰ্যৰ কৃপাত কেৰিয়াৰে চুব আকাশ

সিংহ সংক্ৰান্তিত জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ ভাগ্য, সূৰ্যৰ কৃপাত কেৰিয়াৰে চুব আকাশ

দীঘল চুলি বিচাৰে কিন্তু বহু যত্ন কৰিয়ো হোৱ নাই, নিতৌ খাওক এই কেইবিধ সামগ্ৰী

দীঘল চুলি বিচাৰে কিন্তু বহু যত্ন কৰিয়ো হোৱ নাই, নিতৌ খাওক এই কেইবিধ সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.