• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

2 years ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

34 minutes ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

1 hour ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

2 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

3 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

4 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

6 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

7 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

editor by editor
August 9, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

৮.৮.৮ তাৰিখ ভাৰতৰ বাবে আছিল সুভ দিন। ভাৰতে অলিম্পিকত লাভ কৰে দুটাকৈ পদক। এফালে হকীত স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জ লাভ আনহাতে নীৰজ চোপ্ৰাৰ জেভলীনত ৰূপৰ পদক লাভ।

ভাৰতী হকী দলে একেৰাহে দুবাৰকৈ লাভ কৰে ব্ৰঞ্জৰ পদক। ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ভাৰতীয় হকী দলে লাভ কৰিছিল ব্ৰঞ্জ তাৰ পাছত এইবাৰ পেৰিছ অলিম্পিকতো ভাৰতীয় দলটোৱে লাভ কৰে ব্ৰঞ্জৰ পদক। এই পদক লাভৰ পাছতে ভাৰতীয় হকী দলৰ তাৰকা খেলুৱৈ ভাৰতৰ বিশাল দেৱাল (Indian Great Wall) খ্যাত গোলকীপাৰ পি আৰ শ্ৰীজেশে হকীৰ পৰা অৱসৰ লয়। অৱশ্যে অলিম্পিক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বেই শ্ৰীজেশে এই অৱসৰৰ বিষয়ে সদৰি কৰিছিল।

আনহাতে নিশা ১১-৫৫ বজাত আৰম্ভ হোৱা জেভলীনত সমগ্ৰ ভাৰত বাসীৰ দৃষ্টি নিবদ্ধ আছিল পেৰিছ অলিম্পিকৰ প্ৰথমটো সোণ লাভৰ অপেক্ষাৰে। পাছে পাকিস্তানৰ নদীমৰ লক্ষ্য পাৰ কৰিব নোৱাৰিলে ভাৰতৰ নীৰজে। যাৰ বাবে ৰূপতে ক্ষান্ত থাকিব লগা হয় ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰা। জেভলীনৰ ফাইনেলত পাকিস্তানৰ আৰ্শ্বদ নদীমে ৯২.৭ মিটাৰ দলিয়াই সোণ জয় কৰে। আনহাতে ভাৰতৰ নীৰজ চোপ্ৰাই ৮৯.৯৫ মিটাৰ দলিয়াই ৰূপ জয় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arshad Nadeemneeraj chopraolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক
বাণিজ্য

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

May 15, 2026
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক
জীৱনশৈলী

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

May 15, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

May 15, 2026
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?
জীৱনশৈলী

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

May 15, 2026
Next Post
গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন